Ladyfingers also known as Bhindi in our local culinary terms one of the most commonly used vegetable in our daily cooking, easy to make, simple to adapt to and healthy as well. Bhindi as to Indian kitchens is like one vegetable which most of us have once in a week
Month: March 2023
বিতৰ্কই লগ নেৰা হৈছে অসম চৰকাৰক। নাহিদ বিতৰ্ক শেষ নৌহওঁতেই পুনৰবাৰ চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা চেকক লৈ নতুন বিতৰ্ক। চেকৰ ধন উলিয়াবলৈ গৈ হতবাক শিল্পী, মাৰিছে চেক বাউন্স।
মহিলা চালক সুৰেখা যাদৱে চলালে ‘বন্দে ভাৰত’ ৰে’ল। বন্দে ভাৰত ৰে’ল চলোৱা প্ৰথমগৰাকী মহিলা চালক সুৰেখা যাদৱ৷
‘আমি ষ্টুডেণ্ট হয় আমাক পুলিচে মৰাৰ অধিকাৰ নাই।’
মেট্ৰিকৰ বিসংগতি, ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্ব নাই তেওঁ ব্যস্ত কৰ্ণাটকৰ নিৰ্বাচনত: লুৰীণজ্যোতি গগৈ