Month: March 2023

নৱৰাত্ৰিৰ নৱমটো দিনত ‘সিদ্ধিদাত্ৰী’ৰ পূজা-আৰাধনা

নৱৰাত্ৰিৰ নৱমটো দিনত ‘সিদ্ধিদাত্ৰী’ৰ পূজা-আৰাধনা

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ

কামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

কামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিশ্বজয়ী হৈ অসমলৈ উভতি বক্সাৰ লাভলীনা বৰগোহাঁই দৰ্শনৰ বাবে শক্তিপীঠ কামাখ্যালৈ যায়। বক্সাৰগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ দেৱালয়ত উপস্থিত হয়। লাভলীনাই পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ালে। উল্লেখ্য যে, শেহতীয়াকৈ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল

বিয়াৰ পিছত কিয় ওজন বাঢ়িবলৈ আৰম্ভ কৰে নৱবিবাহিত দম্পতী?

বিয়াৰ পিছত কিয় ওজন বাঢ়িবলৈ আৰম্ভ কৰে নৱবিবাহিত দম্পতী?

নৱবিবাহিত দম্পতীৰ অধিকাংশই বিয়াৰ পিছত এক বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়… আৰু সেয়া হ’ল দ্ৰুত ওজন বৃদ্ধি। প্ৰায়ে ধেমালি কৰা হয় যে বিবাহৰ সুখত মেদবহুলতা বৃদ্ধি পাইছে। ইয়াত জানি লওক ইয়াৰ আচল কাৰণ কি। সঁচাকৈয়ে বিবাহৰ সুখৰ বাবে ওজন বাঢ়ি যায় নে ইয়াৰ আন কিবা কাৰণ আছে? ১. বিয়াৰ ব্যস্ততা