ৰঙিয়াৰ ভাতকুছিত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ছুইফট বাহন।
দুৰ্ঘটনাত থিতাতে নিহত পিতৃ-কন্যা।
নিহত শিৱপ্ৰসাদ বৰুৱা আৰু চন্দ্ৰমা বৰুৱা।
নিহত চন্দ্ৰমা বৰুৱা আছিল নৱ-বিবাহিতা।
আহত এটি শিশুসহ চাৰিগৰাকী লোক।
মঙলদৈৰ পৰা বৰপেটালৈ যোৱাৰ পথত দুৰ্ঘটনা।