GMCHত ভয়ংকৰ অগ্নিকাণ্ড। হাস্পতালৰ পুৰণি ভৱনত সংঘটিত হয় এই অগ্নিকাণ্ড।

1 min read

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অগ্নিকাণ্ড।

পুৰণি ভৱনৰ প্ৰথম মহলাত বিধ্বংসী জুইত বহু সামগ্ৰী ভস্মীভূত। অগ্নিকাণ্ডক লৈ ৰোগী-আত্মীয়, চিকিত্সক-স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ।

This is a breaking news story more details will be added soon.

You May Also Like

More From Author