Month: April 2023

শ্ৰীকৃষ্ণই নিজৰ বাঁহী ভাঙি পেলোৱাৰ কাৰণ জানোঁ আহক

শ্ৰীকৃষ্ণই নিজৰ বাঁহী ভাঙি পেলোৱাৰ কাৰণ জানোঁ আহক

যেতিয়া শ্ৰীকৃষ্ণই কংসক বধ কৰিবৰ বাবে বৃন্দাবন এৰি গুচি গৈছিল তেতিয়া ৰাধাৰ জীৱনটোৱে অন্য এক গতি লৈছিল । ( Religious Studies ) ৰাধাৰ বিবাহ হৈ গল কিন্তু শ্ৰীকৃষ্ণৰ বিৰত ৰাধাই মৰি যোৱাৰ দৰে হৈ পৰিছিল । কিন্তু ৰাধাই নিজৰ বিবাহিত জীৱনটো সততাৰে দায়িত্ব পালন কৰিলে । নিজৰ সকলো কৰ্তব্যৰ পৰা

গাজৰৰ ঔষধি গুণ জানোঁ আহক

গাজৰৰ ঔষধি গুণ জানোঁ আহক

গাজৰ শীতকালৰ এক জনপ্ৰিয় পাচলি। গাজৰৰ ইমানেই গুণ আছে যে, গাজৰক চুফাৰফুদ বুলি কোৱা হয়। গাজৰ পুষ্টিৰে পৰিপূৰ্ণ। ( Assamese Health Tips ) কম বেছি পৰিমাণে গাজৰ সকলোৱে খায় ভাল পায়। আধা কাপ গাজৰত ২৫ শতাংশ কেল’ৰি থাকে। গাজৰত ৭৬ কাৰ্বোহাইড্ৰেট, ২গ্ৰাম আঁহ , আধা গ্ৰাম প্ৰটিন থাকে। গাজৰত বহুতো গুৰুত্বপূৰ্ণ উপাদান থাকে।

ভগৱানৰ এই ৬টা সংকেতৰ বিষয়ে জানো আহঁক

ভগৱানৰ এই ৬টা সংকেতৰ বিষয়ে জানো আহঁক

প্ৰিয় পাঠকসকল আপোনালোকেও যদি এনেকুৱা ৬টা সংকেত পায়। তেতিয়া আপোনালোকে জানিব পাৰিব যে ভগৱান হনুমান আপোনাৰ লগত আছে আৰু আপোনালোকৰ ৰক্ষা কৰি আছে। ( Religious Studies ) প্ৰিয় পাঠকসকল কেতিয়াবা কেতিয়াবা আমাৰ জীৱনত এনেকুৱা পৰিস্থিতি উৎপন্ন হৈ যায় যাৰ সন্মুখীন হ’বলৈ আমাৰ ভিতৰত সাহস নাথাকে। চেষ্টা কৰিও আমি ভাগৰি পৰোঁ। কিন্তু আমি

বিজনীত আৰক্ষীৰ জালত পৰিল ৮ জনীয়া ডকাইতৰ দল…

বিজনীত আৰক্ষীৰ জালত পৰিল ৮ জনীয়া ডকাইতৰ দল…

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাওৰাগুৰীত বুধবাৰে নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই ৮ জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে । ধৃত ডকাইত কেইজনক ক্ৰমে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত হবো শ্বেখ (৩০), হাস্ৰাবাৰীৰ আশ্ৰফ আলী (২২), পশ্চিম বিলাসপুৰৰ বাছেৰ আলী আকন্দ (২৭), হাস্ৰাবাৰীৰ কুতুব আলী(১৯), ঢালিগাঁও ছাতিপুৰৰ আনিছুৰ আলম (৩০),

তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ…

তামুলপুৰৰ দ্বাৰকুছিত গাঞ্জাসহ এল্ট বাহন জব্দ…

তামুলপুৰ আৰক্ষী জিলাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দ্বাৰকুছিৰ ঘোগা দলঙৰ পাৰত গাঞ্জা ভৰ্তি এল্ট গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত এল্টখনৰ নম্বৰ হৈছে এছ- ০১ -ডি ইউ- ৭৩৮৩ ৷ গান্ধীবাৰী আৰক্ষীৰে গাঞ্জাসহ এল্ট গাড়ী এখন দ্বাৰকুছি অভিমুখে আহি থকাৰ খবৰ লাভ কৰে ৷ গান্ধীবাৰী