শিশুসকলৰ মনটো অতি কোমল যদিও সৰু সৰু কথাতে তেওঁলোকে খুব বেছি খং আৰু অসন্তুষ্টি প্ৰকাশ কৰে।প্ৰকৃততে এয়া হৈছে শিশুৰ প্ৰকৃতি। তেওঁলোকে আৱেগ কেনেদৰে লুকুৱাব লাগে নাজানে।অধ্যয়নৰ চাপ, পিতৃ-মাতৃৰ প্ৰত্যাশা আদিও কেতিয়াবা শিশুৰ খঙৰ কাৰণ হৈ পৰে।যদি আপুনিও শিশুটোৰ খঙাল প্ৰকৃতিৰ বাবে বিৰক্ত হৈছে তেন্তে এই খং শান্ত কৰিবলৈ কিছুমান সহজ
Month: April 2023
ৰঙালী বিহুৰ সমান্তৰালকৈ আৰাম্ভ হৈছে বড়োসকলৰ ৰংজালী বৈশাগু । বি টি আৰৰ বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি। ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে প্ৰাক ৰংজালী বৈশাগু । কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰাক ৰংজালী বৈশাগু
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান ক্ৰিকেটাৰসকললৈ সুখবৰ কঢ়িয়াই আনি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় দিল্লী কেপিটেলছ ক্ৰিকেট একাডেমী। হোটেল ৰেডিছন ব্লু’ত আয়োজিত এক অনুষ্ঠানত ক্ৰিকেট একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সময়ত দিল্লী কেপিটেলছৰ সঞ্চালক তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ভাষণত সোঁৱৰণ কৰিলে অসমৰ সৈতে থকা তেওঁৰ ব্যক্তিগত স্মৃতি। সৌৰভ গাংগুলীয়ে কয়- ”মোৰ
বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ পদক্ষেপ– অধ্যক্ষ দৈমাৰী পর্যায়ক্রমে ডিমা হাছাও–কার্বি আংলং–ডিব্রুগড়–তিন ধৰি জিলাই জিলাই অনুষ্ঠিত হ’ব বিধানসভা গুৱাহাটীৰ বাহিৰতো ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ দৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন৷ বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ লক্ষ্য আগত ৰাখিয়েই গুৱাহাটীৰ বাহিৰতো বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ
প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক। বিয়াৰ দিনাই উপহাৰ হিচাপে হোম থিয়েটাৰ মিউজিক চিষ্টেমত ভৰাই দিছিল বোমা। বিয়াৰ উপহাৰ হিচাপে পোৱা হোম থিয়েটাৰ মিউজিক চিষ্টেমটো প্লাগ ইন কৰাৰ লগে লগে বিস্ফোৰণ ঘটে। থিতাতে নিহত হয় দৰাৰ লগতে তেওঁৰ ককায়েকৰৰ। বিস্ফোৰণত আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। হোম