Actress Nimrat Kaur has joined megastar Amitabh Bachchan in the courtroom drama ‘Section 84’. On Friday, Nimrat took to Instagram and shared the update with her fans and followers. https://www.instagram.com/p/CqudklDyjIM/ “To be immortalised on screen between action and cut with Amitabh Bachchan in Section 84 is what this city has
Month: April 2023
সকলোৱে নিশ্চয় ৰাণী আৰু ৰাজকুমাৰৰ বহুতো কাহিনী শুনিছে, যিয়ে নিজৰ শক্তি আৰু বুদ্ধিমত্তাৰ বলত বিশ্বত নিচৰ ধ্বজা উৰুৱাইছিল, কিন্তু ইয়াৰ মাজতে এনে এগৰাকী ৰাণী আছিল, যি অতিকৈ ধুনীয়া আৰু অধিক বুদ্ধিমান। তেওঁ অকলে শাসন কৰি আহিছিল। সেই ৰাণীজনীৰ নাম হৈছে ক্লিওপেট্ৰা। ক্লিওপেট্ৰাই খ্ৰীষ্টপূৰ্ব ৫১ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈকে প্ৰাচীন
দাইল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰ’টিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান দাইলত পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আনহাতে, মাটি মাহৰ দাইলত উপকাৰী আঁহ, প্ৰ’টিন, ভিটামিন, তাম, ফলেট, ভিটামিন চি, পটাছিয়াম আদি পোৱা যায়, ইয়াক খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। কিন্তু কমসংখ্যক
ভাৰত চৰকাৰৰ বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ লগতে ৰাষ্ট্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীয়ে ৰাজ্যৰ ব্যাঘ্র প্রকল্পসমূহৰ বাবে নতুন নির্দেশনা জাৰি কৰিছে। সপ্তাহৰ মঙলবাৰে ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সেই অনুসৰি সপ্তাহৰ প্ৰতি মঙলবাৰে পৰ্যটকৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব। সেই দিনটোত জীপ ছাফাৰী, হাতী ছাফাৰী, ৰিভাৰ ৰাফটিং
বৰ্তমান চৰকাৰৰ কাৰ্যকালত ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পর্যন্ত আৰক্ষীৰ হাতত কোনোধৰণৰ ভুৱা এনকাউণ্টাৰ হোৱা নাই বুলি অসম চৰকাৰে প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত ১৩৮ টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এনেধৰণৰ গোচৰত কৰ্তব্যত অৱহেলা কৰাৰ বাবে ১৬ জন আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।