মই অলপ পাগল হয়, কিন্তু ফুল বা হাফ পাগল নহয়। মোক পাগল বুলি কোৱাসকল আচলতে চেৰাপাগল। মই ফুল পাগল নহয় বাবে বেষ্ট ফিল্ডাৰ পাইছোঁ বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
Month: April 2023
অখিল গগৈৰ গাখীৰ খোৱা দাঁত সৰাই নাই: ৰূপজ্যোতি কুৰ্মী
দুধনৈৰ ফফলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ দুই সদস্যসহ তিনিজনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন ব্যক্তিও। জানিব পৰা মতে, গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা এএছ ০১ডিএক্স ২৩৫৩ নম্বৰৰ চাৰিচকীয়া কুৱাইড বাহনখনে এএছ ১৯চি ৩২৩৪ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা
বুধবাৰে মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত IPLৰ মেচত সমুখ সমৰত অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ বনাম পঞ্জাৱ কিংছ। উল্লেখযোগ্য যে, খেল সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলিব বিয়লি ৪ বজাত। খবৰ অনুসৰি, খেলৰ এঘন্টা পূৰ্বে জয় বৰুৱা, প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান আৰু নৰ্থ ইষ্টৰ বিভিন্ন দলৰ সাংস্কৃতিক
পুনৰবাৰ পুৰণি ফৰমেটেৰে উভতি আহিছে আই পি এল৷ অর্থাৎ দেশৰ মাটিত হোম আৰু এৱে ফৰমেটত খেলসমূহ অনুষ্ঠিত হৈছে৷ ইয়াৰ লগে লগে ক’ৰোনাৰ পিছত উভতি আহিছে মেচসমূহৰ অন্যতম আকর্ষণ চীয়াৰ লীডার্ছ৷ প্রতিখন মেচত ছয় আৰু চাৰি মৰাৰ পিছত চীয়াৰ লীডার্ছসকলে নৃত্য কৰা দেখা যায়৷ কিদৰে এইসকল চীয়াৰ লীডার্ছক নিয়োগ কৰা হয়