Month: April 2023

ইলন মাস্কে সলনি কৰিলে টুইটাৰৰ লোগো…

ইলন মাস্কে সলনি কৰিলে টুইটাৰৰ লোগো…

টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তেওঁৰ আশ্চৰ্যজনক সিদ্ধান্তৰ বাবে প্ৰায়েই চৰ্চাত থাকে। আজি ৰাতিপুৱা মানুহে টুইটাৰৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন দেখিছে। এইবাৰ ইলন মাস্কে টুইটাৰৰ আইকনিক ব্লু-বাৰ্ড লোগোক আঁতৰাইছে। এতিয়া টুইটাৰ পৃষ্ঠালৈ গ’লে মানুহে টুইটাৰৰ লোগোৰ সলনি Doge Memeৰ এখন ছবি দেখা পাব। অৱশ্যে, এই পৰিৱৰ্তন টুইটাৰৰ ৱেব পৃষ্ঠাত

২০১৯ চনত কামাখ্যা মন্দিৰত সংঘটিত লোমহৰ্ষক ঘটনা আছিল অন্ধবিশ্বাসৰ চূড়ান্ত পৰিণাম

২০১৯ চনত কামাখ্যা মন্দিৰত সংঘটিত লোমহৰ্ষক ঘটনা আছিল অন্ধবিশ্বাসৰ চূড়ান্ত পৰিণাম

২০১৯ চনত কি হৈছিল? অম্বুবাচী মেলা আৰম্ভ হোৱাৰ এদিন আগেয়ে গুৱাহাটীৰ কামাখ্যা মন্দিৰ (Kamakhya Temple)ত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ। এয়া ২০১৯ চনৰ জুন মাহৰ ঘটনা। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ লগতে ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। যিহেতু এয়া মুণ্ডহীন মৃতদেহ আছিল, আৰু মৃতদেহৰ কাষত জ্বলি আছিল এগছি চাকি,