দৰঙৰ ধূলাত পথ দুৰ্ঘটনা। তীব্রবেগী বাইকৰ খুন্দা ৰখাই থোৱা ট্রাকত। দুৰ্ঘটনাত নিহত দুজন যুৱক। নিহত ছাদ্দাম হুছেইন আৰু মেহবুব আলম। খাৰুপেটীয়াৰ পৰা মেলা চাই অহা সময়তে সংঘটিত দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
Month: April 2023
GUWAHATI: Delhi Chief Minister Arvind Kejriwal adressed a mega public meeting- ‘Sankalp Sabha’ in city on Sunday(April 2). Thousands gathered for the meeting held at Sonaram School Playground in Guwahati. People from different walks of life assembled at the venue to show their love and support for the sabha. At
টীয়কৰ প্ৰতিবেদক ২ এপ্রিল /২৩ টীয়কৰ কাকজান বেচাপতি পথত আৰোহণ একাডেমীৰ পাছফালে আজি অচেতন অৱস্থাত পৰি থকা এজন যুৱক উদ্ধাৰ হয়।যুৱকজন পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীক ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ যুৱকজনক কাকজান হস্পিতাললৈ লৈ আহে যদিও কাকজান হস্পিতালত চিকিৎসকে বহু চেষ্টা কৰিও চেতনা ঘূৰাই
হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে । ( Religious Studies ) এই কৈলাশ পৰ্বত ধৰিত্ৰীৰ কেন্দ্ৰত অৱস্থিত সেয়ে তাৰ পৰাই সৰগলৈ
যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব-তেতিয়া হনুমান চালিশা কেতিয়াও আধৰুৱাকৈ নপঢ়িব।হনুমান চালিশা সম্পূৰ্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব।চৌপাই কেইটাৰ উচ্চাৰণ ঠিক মতে কৰিব।হনুমান চালিশা পাঠ কৰাৰ আগতে-প্ৰভূ শ্ৰীৰাম আৰু মাতা সীতা সেৱা জনাব।( Religious Studies ) হনুমান চালিশা সদায় আসনত বহিহে পাঠ কৰিব।বীৰ হনুমানৰ মূৰ্তি তথা ফটো