🔴 মুকালমুৱাৰ ২নং কেকানকুছিত লজ্জাজনক ঘটনা🔴 গোপনে অনুষ্ঠিত কৰিছিল অশ্লীল নৃত্যৰ অনুষ্ঠান🔴 ম’বাইলে ম’বাইলে ভাইৰেল হৈছিল ভিডিঅ’🔴 সমাজত অপসংস্কৃতি বিয়পোৱা কাৰ্যত তীব্ৰ গৰিহণা🔴 আয়োজক সমিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ🔴 শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ
Month: April 2023
জৰীপ প্ৰতিষ্ঠান ‘কণ্টাৰ’ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে গ্ৰীষ্মৰ বন্ধৰ সময়ছোৱাত শিশুৱে অধিক সময় পৰ্দা অৰ্থাৎ ম’বাইল, কম্পিউটাৰ, টিভিত অত্যাধিক সময় কটোৱাৰ বাবে ভাৰতত ৮৫ শতাংশ অভিভাৱকেই চিন্তিত হৈ পৰিছে। ৯০ শতাংশৰো অধিক অভিভাৱকে বিশ্বাস কৰে যে পৰ্দাত অধিক সময় অতিবাহিত কৰিলে শিশুৰ কাৰ্যকলাপ হ্ৰাস হয়। মাৰ্চত ‘ভিডিঅ’ ষ্ট্ৰীমিং
নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ দিখৌ নদীৰ পূজা ঘাটত বুধবাৰে বিয়লি এটি শিশুৰ সন্ধানহীন হোৱাৰ ঘটনাই নগৰ খনত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰে পোৱা তথ্য মতে – শিমলুগুৰি হাটীমূৰীয়া গাৱঁত ভাৰাতীয়া হিচাপে থকা প্ৰয়াত দীপক বড়াৰ পুত্ৰ বোলেন বড়াই (১১) নগৰৰ কাষতে থকা দিখৌ নদীৰ পূজা ঘাটত গা – ধুই
ডিমাছা বিদ্রোহী সংগঠন ডি এন এল এৰে হোৱা শান্তি চুক্তিৰ পিছত এতিয়া আলোচনাপন্থী আলফাৰ পাল। সকলো ঠিকে ঠাকে থাকিলে মে মাহতেই সম্পন্ন হব আলফা-কেন্দ্ৰ-ৰাজ্যৰে ত্রিপাক্ষিত বুজাবুজি চুক্তি। নতুন দিল্লীত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ইতিমধ্যে শান্তি চুক্তিৰ খচৰা এটা প্ৰস্তুত কৰা হৈছে
ৰূপহীহাট আৰক্ষীয়ে পূব চাইদৰীয়াৰ পৰা গড়ৰ খড়্গাসহ দুই খড়্গা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি নগাঁও অপৰাধ শাখা আৰু ৰূপহীহাট আৰক্ষীৰ যৌথভাৱে অভিযান চলাইছিল। আটকাধীন সৰবৰাহকাৰী কেইটা ক্রমে গুনাবাৰীৰ মনিৰুল ইছলাম আৰু পূব চাইদৰৰ ইকবাল হুছেইন। সম্প্রতি ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত