যোৱা ২৬ মাৰ্চত কাজিৰঙাত খড়্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰৰ পিছতে ৰাজ্যত পুনৰ চোৰাং চিকাৰীৰ উপস্থিতি প্ৰমাণিত হয়। বিগত ২০২২ বৰ্ষত কাজিৰঙাত গঁড় হত্যাৰ সংখ্যা শূন্য আছিল যদিও এই বৰ্ষত উক্ত গঁড়টোৰ খড়্গহীন মৃতদেহ উদ্ধাৰৰ ঘটনা উদ্বেগজনক ৰূপে পৰিগণিত হৈছিল। এনে পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে ঘোষণা কৰিছে অপৰাধীৰ সম্ভেদ দিওঁতাৰ বাবে ৫ লাখ
Month: April 2023
আজি মুকলি আকাশাৰ তললৈ আহিব কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধু। ৫৯ বৰ্ষীয় সিদ্ধু যোৱা ১০ মাহ ধৰি পাটিয়ালাৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁক আদৰিবলৈ কাৰাগাৰৰ বাহিৰত তেওঁৰ সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। This is to inform everyone that Sardar Navjot Singh Sidhu will be released from Patiala
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যত পুনৰ সৰ্বসাধাৰণক মাধমাৰ। আজিৰে পৰা পুনৰ বৃদ্ধি পালে টোলকৰ। সমান্তৰালকৈ সোণ, ৰূপৰ অলংকাৰ, ঔষধ আদিৰো মূল্য বৃদ্ধি হৈছে। ইতিমধ্যে ইন্ধন আৰু যান-বাহনৰ অন্যান্যা সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জুৰুলা কৰাৰ পিছত পুনৰ টোলটেক্স বৃদ্ধিয়ে যে সৰ্বাসাধাৰণক টেটু চেপা দিবা সেয়া নিশ্চিত। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১ এপ্ৰিল, ২০২৩
নগাঁৱত সৰিয়হ ডুলিতে ভূট ৷ আৰক্ষীৰ বিষয়া-জোৱানে গিজগিজাই থকা পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান ৷ পুলিছ ৰিৰ্জাভৰ সুৰেশ বৰা নামৰ কনিষ্টবলজনৰ আৱাসত চোৰে চলালে লুটপাত ৷ চৰকাৰী আৱাসটোৰ দজ্জা ভাঙি চোৰে মূল্যবান সা-সম্পত্তি লুট কৰি নিয়াৰ লগতে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি ক্ষতিসাধন কৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত
শোণিতপুৰ জিলাত নগাঁও আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষীয়ে আটক কৰিছে ৩চোৰাং চিকাৰীক। বাগৰিৰ গঁড় হত্যাৰ লগত জড়িতৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৩ চোৰাং চিকাৰীৰ পৰিচয়। This is a Breaking News Story More details will be added soon.