Month: April 2023

ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ সম্পন্ন

ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও২৪ এপ্ৰিল:– ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা উদযাপিত মধ্য অসমৰ ৰজাদিনীয়া উৎসৱৰ ভিতৰত প্ৰতি বছৰে ব’হাগ মাহৰ কোনো এটা নিদিষ্ট দিনত ঠায়ে ঠায়ে মুকলি পথাৰত পালন কৰা আড়ম্বৰ পূৰ্ণ অনুষ্ঠানটিয়েই হ’ল “গোঁসাই উলিওৱা বা মেলা উৎসৱ” ৷ মধ্য অসমৰ নগাঁও-মৰিগাঁও জিলাৰ ভিতৰত উদযাপিত হোৱা এই উৎসৱৰ ভিতৰত চৰাইবাহী গোসাঁই

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত জুবেইৰ আনম মজুমদাৰ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদত নিৰ্বাচিত জুবেইৰ আনম মজুমদাৰ

বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ যুৱক জুবেইৰ আনম মজুমদাৰ।‌ জুবেইৰ আনম মজুমদাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত জয় জয়লাভ কৰিছে। জয়ৰ পিছতে জুবেইৰ আনম মজুমদাৰে নিউজ ১৮ৰ সন্মুখত নিজৰ প্ৰথম প্ৰতিক্ৰিয়া দাঙি ধৰে। উল্লেখযোগ্য যে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Youth Congress President) পদৰ নিৰ্বাচনত জুবেইৰ আনম

হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি…

হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি…

‘সাদিন প্ৰতিদিন গোষ্ঠী’ক ইমেইলৰ জৰিয়তে এই খবৰ দিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই। উল্লেখ্য যে হেমকোষৰ ব্ৰেইল সংস্কৰণত হৈছে দ্বিভাষিক ব্ৰেইল অভিধান। ২০২২ চনত তদানীন্তন ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উন্মোচন কৰিছিল এই দ্বিভাষিক ব্ৰেইল অভিধানখন। এই অভিধানখনকেই গীনিজ বুকে বিশ্বৰ ভিতৰতে সৰ্ব বৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি প্ৰদান

সংগীতানুষ্ঠানৰ মাজতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ…

সংগীতানুষ্ঠানৰ মাজতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ…

সংগীতানুষ্ঠানৰ মাজতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ, ক’লে – ‘লেতেৰা বস্তু খাই আহি ৰঙালী বিহুক অপমান নকৰিব’ বাক্সাৰ জালাহত সোমবাৰে নিশা সংগীতানুষ্ঠান পৰিৱেশনৰ সময়ত অস্বস্তিত পৰিল কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী (Priyanka Bharali)। সংগীতানুষ্ঠানৰ মাজতে এগৰাকী দৰ্শকৰ অভব্য বাক্যবাণৰ বাবে খং উঠিল কণ্ঠশিল্পীগৰাকীৰ। অভব্য আচৰণ কৰা দৰ্শকক মঞ্চৰ পৰাই প্ৰিয়ংকাই দিলে প্ৰত্যুত্তৰ। জালাহ

“শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে”…

“শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে”…

নিষিদ্ধ সংগঠন কেএলঅ’ক লৈ মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ । প্ৰমোদ বড়োয়ে কেএলঅ’ক লৈ মন্তব্য প্ৰদান কৰি কয় যে বন্দুক লৈ ধনদাবী কৰা ভাল কাম নহয় । বিটিআৰ শান্তি চুক্তিৰ পিছতেই বিটিআৰত পৰিৱেশ ভাল হৈছে । সেই পৰিৱেশ নষ্ট কৰিব নালাগে । ১০০,৫০০