শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেত্ৰী ড০ অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ তুলিছিল নেতাগৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল অংকৃতাই ৷ ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু ৷ এই অভিযোগৰ ভিত্তিতে শেহতীয়াকৈ গুৱাহাটীৰ পৰা
Month: April 2023
বৰ্তমান বজাৰত পোৱা স্মাৰ্টফোনবোৰৰ কেমেৰা উৎকৃষ্ট মানদণ্ডৰ হয়। ম’বাইল এটা ক্ৰয় কৰোঁতে, প্ৰথমে সকলোৱে নিশ্চিতভাৱে পৰীক্ষা কৰে যে ইয়াৰ কেমেৰা কিমান মেগাপিক্সেল। যিমান মেগাপিক্সেল কেমেৰা থাকে, সিমানেই ইয়াৰ ফটো উন্নত মানদণ্ড হ’ব। সকলোৱে জনাটো উচিত যে মানুহৰ চকুত লেন্স থাকে, এই লেন্সবোৰ কোনো গ্লাছ নহয়, বৰঞ্চ এইবোৰ প্ৰাকৃতিক। চকুৱে কেমেৰাৰ
অৱশেষত খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰ ৷ ৩৭ দিনে পলায়নৰ অন্তত দেওবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে খালিস্তানী নেতা অমৃত পাল সিঙে ৷ ১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি আছিল অমৃত পালে ৷ পঞ্জাৱৰ মুগাত আত্মসমৰ্পন কৰিছে “ৱাৰিছ পঞ্জাৱ দে”ৰ সংগঠনটোৰ নেতাগৰাকীয়ে ৷ ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ
যদি কাৰোবাৰ শৰীৰত খজুৱতি হয়, তেনেহ’লে ইয়াৰ কাৰণ হৈছে ছালৰ এলাৰ্জি। ভুল খাদ্যবস্তু খোৱাৰ ফলত ছালৰ এলাৰ্জি হ’ব পাৰে। এনে পৰিস্থিতিত, যদি কোনোবাই এলাৰ্জি হ’লে কিছুমান নাখাব লগা খাদ্য খায়, তেন্তে সমস্যাটো আৰু বৃদ্ধি হ’ব পাৰে। ভুল খাদ্য খোৱাৰ ফলত, খজুৱতিৰ লগতে, দাগ, জ্বলা-পোৰা আৰু ফুলা সমস্যা হ’ব পাৰে। ~
ঈদৰ নিশা নগাঁৱত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য। ৰহস্যজনক অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰে অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে। পৰিয়ালৰ অভিযোগ মতে মহিলাগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হৈছে। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ বেঙেনাআটীত। বোৱাৰীগৰাকী চাহিদা বেগম। বেগমক স্বামী নাজিৰ শ্বেইখ ওৰফে মুকুটে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। চাহিদাৰ পিতৃ