পুৰাণৰ মতে দেৱী সতীৰ শৱতোৰ বিভিন্ন অংগৰে শক্তিপীঠৰ নিৰ্মাণ হৈছে। ইয়াৰ মূলত এক বিশেষ কথা আছে। ( Religious Studies ) দেৱী সতীয়ে তেওঁৰ পিতা ৰজা দক্ষৰ বিৰুদ্ধে গৈ ভগবান শিৱৰ লগত প্ৰেম বিবাহ কৰিছিল। যাৰ প্ৰতিশোধ লবলৈ প্রজাপতি দক্ষই বৃহস্পতি সৰ্বনামৰ যজ্ঞৰ আয়োজন কৰিছিল। সেই যজ্ঞত ব্ৰহ্মা, বিষ্ণু,ইন্দ্ৰৰ সহিতে সকলো
Month: April 2023
প্ৰিয় পাঠকসকল, সোমাবাৰটো বহুত শুভদিন বুলি ধৰা হয়। বহু লোকে সোমবাৰৰ দিনা শিৱৰ ব্ৰতত ৰাখে। ( Assamese Fact ) সেয়ে সোমবাৰৰ দিনতোত কেইটামান কথা মনত ৰাখিব লাগে, যদি আপুনি জানি- বুজি বা ভুলতেও এইসমূহ কাম সোমবাৰৰ দিনা কৰে তেতিয়া হ’ব পাৰে আপোনাৰ বৃহৎ ক্ষতি। মহাদেৱ অসন্তোষ্ট হৈ পৰে বুলি ধৰা
ছোৱালীৰ মাক দেউতাক বহুত জ্ঞানী হ’ব লাগে।কিবা হ’লে মানুহে ছোৱালীজনীৰ খেলি -মেলি বুলি কয়। শহুৰেকৰ ঘৰত খেলি-মেলি নাই বুলি কয়। ( Assamese Fact ) কোনোয়ে দেখোন ভাল নাপায় তাইক, সকলোৱে বদনাম গাই তাইৰ। ছোৱালীজনীয়ে ক’লে মই ইয়াত নাথাকো দেউতা,বাপেকে ক’লে ব’লা তোমাৰ দেউতা এতিয়া জীয়াই আছে। কিন্তু ছোৱালীৰ আচল ঘৰ
অস্বাভাৱিক গৰমে দহিছে সমগ্ৰ ভাৰতক। পূৰ্বৰ তুলনাত এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত গৰমৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। চলিত এপ্ৰিল মাহত উষ্ণতা পূৰ্বৰ তুলনাত ৬ ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। একেই অৱস্থা উত্তৰ, দক্ষিণ ভাৰতত। এনে গৰমৰ বাবেই এতিয়া যাতায়ত কৰাটোও যেন এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। মানুহে
দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা আৰু এজন ই–ৰিক্সা চালক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে, পুৰণিভিঠাৰ পৰা দুধনৈ অভিমুখে আহি থকা এখন ই-ৰিক্সাক এখন কয়লা পৰিবাহী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো৷ ই-ৰিক্সা চালক নয়ন ৰাভাই দুগৰাকী