মহানগৰীত বাইকচোৰৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান। ইয়াৰ মাজতে নিশা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষী দলে বকোৰ সোণতলী আৰু ডেকাচাঙৰ পৰা ৮ খনকৈ চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰে। নিশাই উদ্ধাৰ হোৱা মটৰ চাইকেল কেইখন পলাশবাৰী আৰক্ষী থানালৈ অনা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
Month: April 2023
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক সঞ্জয় দাস। ডিব্ৰুগড় জিলাৰ সঞ্জয় দাসে ২৪ ঘণ্টাত বিশ্বৰ ২৬খন আগশাৰীৰ শিক্ষানষ্ঠাৰ পৰা চাৰ্টিফিকেট লাভ কৰি ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয়। ইন্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা সঞ্জয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু বি টেক ডিগ্ৰী
৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌয্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত বিজেপি দলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ ৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এক কাৰ্যসূচীৰ বাবে বিকৃত ৰূপ আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি প্রতিফলন ঘটাই বিশ্বৰ ঐতিহ্যক আঘাট হনা কাৰ্য্যক আম আদমি পাৰ্টীয়ে তীব্ৰ গৰিহণা দিছে। এক প্ৰেছ বিবৃতিযোগে দলটোৱে শান্তি- সম্প্ৰীতি আৰু ধৰ্ম নিৰপেক্ষতাৰ
শ্ৰীমদ্ভভাগৱত গীতাৰ কৃষ্ণৰ পৰামৰ্শ অনুসৰণ কৰি, প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱন সমৃদ্ধ কৰিব তুলিব পাৰে। অৰ্জুনৰ জৰিয়তে শ্ৰীকৃষ্ণই পৰিয়ালক গীতাৰ পৰামৰ্শ দিছিল। মহাভাৰতৰ যুদ্ধত, অৰ্জুনে কুৰুক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দীয়ে সকলো আত্মীয়ক দেখি পিছুৱাই যাবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত, বসুদেৱ শ্ৰীকৃষ্ণই তেওঁক তেওঁৰ বিশাল ৰূপ আৰু গীতাৰ কথা মানি চলিবলৈ পৰামৰ্শ দিছিল। কৃষ্ণৰ
বাস্তু শাস্ত্ৰত দিশৰ মহত্বৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। ঘৰৰ সামগ্ৰীত ইতিবাচক বা নেতিবাচক শক্তি থাকে, যি ঘৰৰ সকলো সদস্যক প্ৰভাৱিত কৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ কোনদিশত কোনটো কোঠা থাকিব লাগে তাৰ নিৰ্দিষ্ট নিয়ম আছে। বিশেষকৈ উপাসনা গৃহ নিৰ্মাণ কৰোঁতে, বাস্তুৰ নিয়মসমূহ বিশেষভাৱে মানি চলিব লাগে। বাস্তুৰ মতে, কিছুমান