মহানগৰীত বাইকচোৰৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান।

মহানগৰীত বাইকচোৰৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান।
মহানগৰীত বাইকচোৰৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান।
ইয়াৰ মাজতে নিশা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষী দলে বকোৰ সোণতলী আৰু ডেকাচাঙৰ পৰা ৮ খনকৈ চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ কৰে।
নিশাই উদ্ধাৰ হোৱা মটৰ চাইকেল কেইখন পলাশবাৰী আৰক্ষী থানালৈ অনা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Shahnawaz Hamza