Month: April 2023

ভোলানাথক পূজা কৰোতে সদায় মনত ৰাখক এইবোৰ কথা, পূৰণ হ’ব প্ৰতিটো কামনা

ভোলানাথক পূজা কৰোতে সদায় মনত ৰাখক এইবোৰ কথা, পূৰণ হ’ব প্ৰতিটো কামনা

হাদেৱৰ আশীৰ্বাদ পাবলৈ মহাশিৱৰাত্ৰিৰ উৎসৱ অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত যদি নিয়ম অনুসৰি পূজা কৰা হয়, তেন্তে ভোলে বাবাই প্ৰতিটো কামনা পূৰণ কৰে। এইবাৰ মহাশিৱৰাত্ৰিৰ শুভ উৎসৱ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰত পৰিছে। ধৰ্মীয় বিশ্বাস অনুসৰি সেই দিনটোতে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হয়। এনে পৰিস্থিতিত এই

মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু…

মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু…

ধিঙৰ পানবাৰীত মোৱাইল টাৱাৰৰ পৰা পৰি ২৫ বছৰীয়া যুৱকৰ মৃত্যু ১২০ ফুট ওখ টাৱাৰৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ এয়াৰটেল কম্পেনীৰ টাৱাৰৰ পৰা পৰি মৃত্যু যুৱকৰ মৃত যুৱকজনৰ নাম বিতু হাজৰিকা বিতু হাজৰিকাৰ ঘৰ নগাঁৱৰ পলাশনীত

শোঁকাবহ দুৰ্ঘটনা: থিতাতে প্ৰাণ গ’ল তিনি যুৱকৰ

শোঁকাবহ দুৰ্ঘটনা: থিতাতে প্ৰাণ গ’ল তিনি যুৱকৰ

নগাঁৱৰ চকৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনাত থিতাতে নিহত হয় তিনি স্কুটী আৰোহী ৷ একেখন স্কুটীতে আহিছিল তিনিজনকৈ যুৱক ৷ ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ আনহাতে ঘটনাক লৈ উক্ত স্থানত নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ঘটনাস্থলীত আৰক্ষীৰ বাহনত আক্ৰমণ কৰে একাংশ উত্তেজিত

“বঁটা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে”—লাভলীনা বৰগোঁহাই, নগাঁৱত “ৰণাংগন সন্মান প্ৰদান

“বঁটা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে”—লাভলীনা বৰগোঁহাই, নগাঁৱত “ৰণাংগন সন্মান প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–“বঁ‌টা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে। ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ’ব ।”–এই মন্তব্য বিশ্ব বিজয়ী লাভলীনা বৰগোঁহাইৰ । সোমবাৰে নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা “ৰণাংগন সন্মান-২০২২” গ্ৰহণ কৰি বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে এইদৰে কয়