পাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া । গর্বিত পুত্ৰই মাতৃৰ পাণ তামোলৰ দোকানত ফটো তুলি লিখিলে এইদৰে-‘মাৰ বহি থকা ঠাইডোখৰ পৰা জীৱনটো আৰম্ভ হৈছিল । মায়ে মোক মানুহ কৰি দিয়াৰ পাছতেও এই তামোলৰ পেকেট, তেতেলী পেকেট ইত্যাদি এৰি দিব পৰা নাই। ঠাই ডোখৰত আবেগ- অনুভূতি, স্মৃতি, সুখ-দুখ জড়িত। মা মোক লৈ সুখী, মইও সুখী। মোৰো আপত্তি নাই। লোকৰ আগত কথা গাই ফুৰা লোক সকলক কৈ দিলো।’
পাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া…
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024