সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবে বাচি ললে এজন ছাত্ৰই আত্মহত্যাৰ পথ

0 min read

♦️সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবে বাচি ললে এজন ছাত্ৰই আত্মহত্যাৰ পথ ।
♦️চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ চোমদাৰ গাওঁৰ অৰ্জুন হাচদাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে ৷
♦️মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ললে ছাত্ৰ জনে।
♦️নিজ ঘৰৰ পিছফালে এজোপা গছত চিপ লৈ আত্মহত্যা কৰে অৰ্জুন হাচদাই।

You May Also Like

More From Author