‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰৰ ছাত্ৰী নেনচী বৰগোঁহাই সাফল্য

1 min read



নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰ ছাত্ৰী নেনচী বৰগোঁহাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । ১২, ১৩ আৰু ১৪ মে’ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত গৌতম বৰগোঁহাই আৰু চিমা বৰগোঁহাই কন্যা নেনেচী বৰগোঁই লাভ কৰিবলৈ সক্ষম হয় এই খিতাপ । নেনচী ৰ বয়স ১২ বছৰ হোৱাৰ লগতে তেওঁ অষ্টম শ্ৰেণীত অধ্যয়নৰত।ছাত্ৰী গৰকীৰ এই সাফল্যত এটিয়া স্বাভাৱিকতে আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকৰ মাজত ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

You May Also Like

More From Author