মঙলদৈ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 min read

দিনযোৰা কাৰ্যসূচীৰে মঙলদৈ প্ৰেছ ক্লাৱৰ আজি প্ৰতিষ্ঠা দিৱস উদযাপন ৷মঙলদৈ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা পুৱা উত্তোলন ,স্মৃতি তৰ্পন আৰু মুকলি সভা অনুস্হিত হয় ৷সভাত খৱৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস ,দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাতে আৰক্ষী অধীক্ষক প্রকাশ সোনোৱাল,মীণ উন্নয়ণ নিগমৰ অধ্যক্ষ গুৰুজোতি দাস ৰ লগতে দৰঙৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মঙ্গলদৈৰ পৰা, মকছেদ আলি।

You May Also Like

More From Author