অম্বুবাচী মেলাক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা!

1 min read

◼️অম্বুবাচী মেলাক লৈ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
◼️মহানগৰীৰ পাণ্ডুত স্থাপন কৰা হৈছে ভক্তৰ বাবে মূল শিবিৰ
◼️কামাখ্যা ৰে’লৱে ষ্টেচনতো ভক্তক ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে
◼️নিৰাপত্তাৰ বাবে ২৪ ঘণ্টাই সষ্টম হৈ খাকিব আৰক্ষী-প্ৰশাসন
◼️কামাখ্যা মন্দিৰৰ প্ৰৱেশৰ মূল গেটত থাকিব যুটীয়া নিয়ন্ত্রণ কক্ষ, কামাখ্যা ধামত থাকিব ৩টা নিয়ন্ত্রণ কক্ষ
◼️আৰক্ষী-চিকিৎসক-অগ্নিনির্বাপক বাহিনীৰ যুটীয়া নিয়ন্ত্রণ কক্ষৰ ব্যৱস্থা
◼️কামাখ্যা মন্দিৰলৈ যোৱা পথত থাকিব আৰক্ষীৰ ৮টাকৈ অতিৰিক্ত শিবিৰ
◼️কামাখ্যাত সংযোগ কৰা হব CCTV ব্যৱস্থা
◼️প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত ভক্তক জোতা-চেণ্ডেল ৰখাৰ আহ্বান
◼️২২ জুনৰ পৰা যান-বাহন চলাচলত কিছু সাল-সলনি
◼️মন্দিৰলৈ যাবলৈ কোনো বাহনকে দিয়া নহ’ব অনুমতি
◼️মন্দিৰৰ চাৰিসীমাত No Smoking Zone ঘোষণা কৰিছে প্ৰশাসনে
◼️পুৱা ৫ বজাৰ পৰা ৰাতি ৯ বজালৈ ভক্তক প্ৰৱেশত অনুমতি প্ৰদান
◼️যিকোনো সমস্যাৰ বাবে যোগাযোগ কৰিব পাৰিব ১১২ নম্বৰত

You May Also Like

More From Author