মদিনা চৰিফত অসমৰ হজযাত্ৰীৰ মৃত্যু!

0 min read

মদিনা চৰিফত অসমৰ হজযাত্ৰীৰ মৃত্যু। ইছলামৰ পবিত্ৰ স্থানত দেহত্যাগ গোলাঘাটৰ চিৰাফুদ্দিন আহমেদৰ। ১ জুনত পবিত্ৰ হজ কৰাৰ উদ্দেশ্য ওলাই গৈছিল চিৰাফুদ্দিন আহমেদ।

You May Also Like

More From Author