তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ মৃত্যু

1 min read

🔴 শুই থকা অৱস্থাত হোষ্টেলৰ বিছনাত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু।
🔴 ছাত্ৰজন তিনিচুকীয়াৰ ডুমডুমাৰ নিলোৎপল গগৈ।
🔴 নিলোৎপল M.Sc ENVIRONMENTAL SCIENCE ৰ FINEL YEAR ৰ ছাত্ৰ আছিল।
🔴 শৰাইঘাট চি ভি ৰমন হোষ্টেলত আছিল ছাত্ৰজন।

You May Also Like

More From Author