সংবাদমেলত ৰকিবুল হুছেনৰ ভাষ্য-
কংগ্ৰেছে কৰা আবেদনৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে কোনো উত্তৰ নিদিলে
সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আমিও বিচাৰো
কিন্তু এনেদৰে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাটো আমি সমৰ্থন নকৰো ৷
নিৰ্বাচনী আয়োগ নিৰপেক্ষ নহয়
১৪ টা লোকসভা সমষ্টিলৈ গৈ ১১ জুলাইৰ আগতে কংগ্ৰেছে ৰাইজৰ লগত এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷
উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা অৱস্থাত এনেদৰে খচৰা প্ৰকাশ কৰি ন্যায়ালয়ক অৱমাননা কৰিছে
২০১১ চনৰ লোকপিয়লৰ মতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ হোৱাটো উচিত ৷
২০২৪ ত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হ’লে ২০২৬ চনৰ নিৰ্বাচন সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ দ্বাৰা হ’বলৈ নিদিয়াৰ হুংকাৰ
বদৰুদ্দিন আজমলৰ স্বাৰ্থত আৰু সুৰক্ষা দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে এনেদৰে সমষ্টিৰ সীমা নিৰ্দ্ধাৰণ কৰিছে
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভাষ্য-
বিজেপি দলৰ ৰাজনৈতিক অভিষন্ধি পুৰনৰ বাবে নিৰ্বাচনী আয়োগক ব্যৱহাৰ কৰি সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰিছে ৷
শিখণ্ডী হিচাপে নিৰ্বাচনী আয়োগক ব্যৱহাৰ কৰিছে বিজেপিয়ে
এয়া অতি দুৰ্ভাগ্যজনক
নিৰ্বাচনী আয়োগৰ কৰ্মকাণ্ডই আমাক হতাশ কৰিছে ৷
আসোৱাহ আছে ৷
সাধাৰণ মানুহৰ জীৱনলৈ যমৰ-যান্ত্ৰনা কঢ়াই আনিছে ৷
নিৰ্বাচনী আয়োগ বিজেপিৰ বহতীয়া অনুষ্ঠানলৈ পৰ্যবেশিত হৈ সাংবিধানিক মৰ্যদাহানি কৰিছে ৷