নগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে কলিয়াবৰ,নগাঁও শাখা আৰু হোজাই শাখা সমিতিয়ে ২ ঘণ্টা ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷বৰ্তমানো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বসুন্ধৰা আচনিতো চাহ জনগোষ্ঠীৰ নাম পঞ্জীয়ন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠণটোৱে ৷ সেই উপলক্ষে আজি মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠণটোৱে৷ যদি এই দাবী মানি নলয় অনাগত সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে সংগঠনটোৰ বিষয় ববিয়া সকলে।
নগাঁৱ: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী…
Posted on by GTM Desk
0 min read
You May Also Like
More From Author
ONGC personnel save distressed fishermen in daring sea rescue
December 25, 2024
CISF unveils new HR policy to make force future ready
December 25, 2024
Allegations of Fake SC Certificate Against Chhaygaon College Professor
December 24, 2024