Month: June 2023

দীৰ্ঘসময় ইয়েৰফোন ব্যৱহাৰ কৰিলে এইবোৰ সমস্যা হ’ব পাৰে

দীৰ্ঘসময় ইয়েৰফোন ব্যৱহাৰ কৰিলে এইবোৰ সমস্যা হ’ব পাৰে

বহুতেই গান শুনা বা অন্যান্য কাৰণত দীৰ্ঘসময় কাণত ইয়েৰফোন গুজি ৰাখে৷ কিন্তু প্ৰযুক্তিগত এই যন্ত্ৰবিধ দীৰ্ঘসময় ধৰি কাণত গুজি ৰাখিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সম্প্ৰতি পৃথিৱীত প্ৰায় ১১০ কোটি লোক শ্ৰৱণ সংক্ৰান্তীয় সমস্যাত ভুগি আছে৷ এই বৃহৎসংখ্যক লোকৰ পঞ্চাশ শতাংশই হৈছে ৩৫ বছৰৰ তলৰ৷ এইসকলৰ

ডিব্ৰুগড়ত অভিভাৱক আৰু মহিলা ছিকিউৰিটি গাৰ্ডৰ মাজত তয়াময়া ৰণ; মহিলা গাৰ্ডৰ মুখত প্ৰচণ্ড ঘোচা পুৰুষৰ

ডিব্ৰুগড়ত অভিভাৱক আৰু মহিলা ছিকিউৰিটি গাৰ্ডৰ মাজত তয়াময়া ৰণ; মহিলা গাৰ্ডৰ মুখত প্ৰচণ্ড ঘোচা পুৰুষৰ

ডিব্ৰুগড়ত এক নাটকীয় কাণ্ডত পাৰ্কিঙৰ সমস্যাক লৈ এজন পুৰুষ আৰু এগৰাকী মহিলা ছিকিউৰিটি গাৰ্ডৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। যাৰপাছত এই কাজিয়া ই তীব্ৰ সংঘাতৰ ৰূপ লয়। ঘটনাটোৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা কৰিছে। প্ৰত্যক্ষদৰ্শীৰ মতে, মহিলা ছিকিউৰিটি গাৰ্ড বুলি ধাৰণা কৰা মহিলাগৰাকীয়ে লোকজনক লাঠিৰে আক্ৰমণ কৰাৰ

কেৱল মুখস্থ নহয়, মনত ৰাখিবলৈ শিশুটিক ব্যায়াম কৰিব দিয়ক

কেৱল মুখস্থ নহয়, মনত ৰাখিবলৈ শিশুটিক ব্যায়াম কৰিব দিয়ক

এতিয়া পঢ়া-শুনা আৰু মোবাইল ব্যৱহাৰৰ মাজত শিশুৰ সূচী ইমানেই ব্যস্ত হৈ পৰিছে যে খেলিবলৈ সময় বাকী নাই। ল’ৰা-ছোৱালীবোৰ বিচনাৰ পৰা উঠি পোনে পোনে অধ্যয়নৰ টেবুলত বহি থাকে। যদি আপোনাৰ সন্তানো এই অভ্যাসবোৰৰ বলি হয়, তেন্তে নিশ্চিতভাৱে তেওঁক ৱৰ্কআউট কৰাৰ অভ্যাস কৰি তোলক। এতিয়াই বেছি পঢ়া-শুনা কৰাটো প্ৰয়োজনীয় বুলি নাভাবিব। কিছুমান

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট,স্মাৰক পত্ৰ প্ৰদান

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট,স্মাৰক পত্ৰ প্ৰদান

  নিউজ ব্যুৰ’,নগাঁও,৮জুন:–অসম অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীত যোৱা ৫ জুনত অৰুণাচলী বেদখলকাৰী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলিচালনা কৰি বগা চুতীয়া আৰু মণিটো গগৈ নামৰ অসমীয়া লোক দুজনক হত্যা কৰে । অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ