আমাৰ সমাজত এনে কিছুমান লোক আছে, যিসকলে সৌন্দৰ্য চৰ্চাক অধিক গুৰুত্ব দিয়ে৷ তেওঁলোকৰ মতে শৰীৰ সুস্থ ৰখাৰ লগতে দেহৰ ছালৰো যতন লোৱা উচিত৷ মসৃণ ছালে মানুহৰ সৌন্দৰ্যও বৃদ্ধি কৰে৷ কিন্তু দৈনন্দিন কামৰ হেঁচাত বহুতৰ বাবে ছালৰ যতন লোৱাটো সম্ভৱ নহয়৷ তদুপৰি প্ৰদূষণ তথা ধূলি-বালিৰ বাবে বহুতৰে ছালৰ বিভিন্ন অংশত ক’লা
Month: June 2023
কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত এটা শুক্ৰাণুৱে কেৱল এটা সন্তানহে জন্ম দিব পাৰে। ইয়াৰ পিছতো কেনেদেৰ যমজ সন্তানৰ জন্ম হয়। যমজ সন্তানৰ পিছত দুটা শুক্ৰাণু লাগে নেকি তেনেধৰণৰ বহুত প্ৰশ্ন মনত অৱতাৰণা হয়। কেনেদৰে জন্ম হয় যমজ সন্তানঃ যমজ সন্তান দুই ধৰণৰ সন্তান থাকে। এটা
বহু লোকে ভাৱে যে বয়সত মাতৃ হোৱাৰ ফলত বহুতো সমস্যা হ’ব পাৰে। বিশেষকৈ ৪০ পাৰ কৰিলেই একাধিক ৰোগে চাপ পেলাই বয়সত। ফলস্বৰূপে, শিশুটিক বেছি মনোযোগ দিব নোৱাৰি। কিন্তু, এইক্ষেত্রতো এটা ভাল দিশ আছে। অধ্যয়নত কোৱা হৈছে যে মাতৃসকলে তেওঁলোকৰ সন্তানক বেছি বয়সত ভালদৰে ডাঙৰ-দীঘল কৰে। ডেনমাৰ্কৰ আৰহাছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত
আমাৰ দিনত ইমানবোৰ সুবিধা পোৱা হ’লে আৰু ভাল কিবাকিবি পৰিব পাৰিলোঁহেঁতেন৷ এতিয়া তোমালোকক মাত্র সুবিধাহে লাগে৷ পঢ়াৰ কাৰণে প্রয়োজনীয়খিনিতো নিদিয়াকৈ থকা নাই আমি৷ কিন্তু প্রতিদিনেই বেলেগক দেখি ইটো সিটো বস্তু বিচাৰি থাকিলে কেনেকৈ হ’ব? আমিতো চেণ্ডেল নিপিন্ধাকৈয়ে এল পি স্কুলত পঢ়িছিলোঁ৷ হ’ব আৰু মা, কিমান আৰু একেখন ৰেকর্ডকে বজোৱা? তোমাৰ
গোলাঘাট পোৰাবঙলাত বিজেপিৰ সভাপতি ভৱেশ কলিতা। ভাৰতীয় জনতা পাৰ্টীৰ মৰঙি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনী সভাত উপস্থিত হয় অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা। মূল্যবৃদ্ধিৰ প্ৰসংগই ৰাজ্যত তোলপাৰ লগোৱাৰ সময়তে ৰাজ্যিক সভাপতি কলিতাৰ নিজ মন্তব্যৰ ওলোটা ওলোটা খৰ। সলনি কৰিলে পূৰ্বৰ মন্তব্য । সভাপতিগৰাকীয়ে কয় যে ৰাজ্যত মূল্যবৃদ্ধি হৈছে আৰু মূল্যবৃদ্ধিয়ে