গোসাইগাঁও ৫ জুন: গোসাইগাঁও মহকুমাৰ অন্তৰ্গত গোসাইগাঁও থানাৰ অধিনত থকা বড়োবিল গাঁৱত আজি STF উগ্ৰপন্থী সংগঠনৰ শিডো কিস্কু ফেক্চোনে ৫ টাকৈ অস্ত্ৰ সম্বৰণ কৰে! উল্লেখ্য যে যোৱা ২০১২ চনৰ ২৪ জানুৱাৰীত STF উগ্ৰপন্থী সংগঠনে অসম চৰকাৰৰ ওচৰত আত্মসমৰ্পন কৰি অস্ত্ৰ সম্বৰণ কৰিছিল যদিও কিছু অস্ত্ৰ তেওঁলোকৰ হাতত থাকি যায়! আজি
Month: June 2023
ইচ্ছা, উৎসাহ আৰু হেঁপাহবোৰ বিগত শুকুৰবাৰৰ দিনটোত সকলোৰে ভাঙি গৈছিল যেতিয়া “শ্ৰী ৰঘুপতি” ক মুক্তি দিয়াৰ পৰা স্থগিত ৰখা হৈছিল। কিন্তু আজি সকলোৰে বাবে আহিছে এক ভাল খবৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰে তথা অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ অনুৰোধ অনুযায়ী ছবিখনৰ দুয়োগৰাকী প্ৰযোজকৰ মাজত বুজাবুজি
NSA ৰ গোচৰত বন্দীত্বৰ জীৱন কটোৱা বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ মুক্তিৰ দাবীত আজি সৰৱ বীৰ লাচিত সেনা। সোমবাৰে সন্ধিয়া ঐতিহাসিক কাৰেংঘৰ বাকৰিত বীৰ লাচিত সেনাৰ সদস্য সকলে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শাসকীয় পক্ষৰ সুমতি কামনা কৰিলে বীৰ লাচিত সেনাই। অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সদায়েই
✍️ অসম কৃষি বিশ্ববিদ্যালয়লৈ সৰ্বভাৰতীয় স্বীকৃতি ।✍️ NIRF ৰেংকিঙৰ ১৯সংখ্যক স্থানত অসম কৃষি বিশ্ববিদ্যালয় ।✍️ কৃষি শিক্ষা গৱেষণা আৰু সম্প্রসাৰণৰ দিশত বিশ্ববিদ্যালয়খনৰ অনবদ্য অৱদান ।✍️ এই অৱদানৰ বাবে কৃষি বিশ্ববিদ্যালয়খনলৈ স্বীকৃতি ।
পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ছাজাদ আলি আৰু ৱাচিম আলি নামৰ ধৃত দুটাক আটক কৰে নাজিৰা আৰক্ষীয়ে।দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ছাজাদ আলি আৰু ৱাচিম আলিয়ে। বিশেষ সুত্ৰ অনুসৰি নাজিৰাৰ মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবেন দাসে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ