-আজি অসমৰ পৰা মক্কালৈ যাব প্ৰথমটো হজযাত্ৰীৰ দল। -দিনৰ ১২.৩০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নতুন দিল্লীলৈ উৰা মাৰে প্ৰথমটো হজযাত্ৰীৰ দল। – নতুন দিল্লীৰ পৰা মক্কালৈ যাব হজযাত্ৰীৰ দলটো।
Month: June 2023
-বালাসোৰৰ পৰা আহতক চিকিৎসালয়লৈ নিয়া বাছ দুর্ঘটনাগ্রস্ত এখন পিকআপ ভেনৰ সৈতে মুখামুখি সংঘৰ্ষ বাছখনৰ -বালাসোৰত পুনৰ দুৰ্ঘটনা! -পশ্চিম মেদিনীপুৰত সংঘটিত হয় এই দুর্ঘটনা
-গুৱাহাটীত 6E-2652 ইণ্ডিগ’ বিমানত যান্ত্ৰিক বিজুতি-উৰণৰ ১০ মিনিট পিছতেই জৰুৰী অৱতৰণ বিমানখনৰ-বিমানখনত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী-বিমানত আছিল ২ বিধায়ক প্ৰশান্ত ফুকন, তেৰছ গোৱালা-গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বিমানখন-কাৰিকৰী এটা দলে পৰীক্ষা কৰি আছে বিমানখন
-চেঙাৰ কাছুমাৰাত গা-ধুৱলৈ গৈ সন্ধানহীন এগৰাকী ১৩ বছৰীয়া কিশোৰী। -কিশোৰী গৰাকীৰ নাম ফালানী খাতুন। -শনিবাৰে দুপৰীয়া বিদ্যালয়ৰ পৰা আহি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈছিল কিশোৰীগৰাকী। – কিশোৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRFএ।
📌শিলচৰত জব্দ বুজন পৰিমাণৰ হেৰ’ইন📌১৪৩টা চাবোনৰ বক্সত জব্দ ২ কেজি ২০০ গ্ৰাম হেৰ’ইন📌হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ📌গ্ৰেপ্তাৰ ফয়জল লস্কৰ আৰু হাকিমূল বৰভূঞা📌কাঠাগাছতলাৰ পৰা গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে📌জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰমূল্য কেইবা লাখ টকা