সহজে উপলব্ধ নিমপাতৰো আছে অসংখ্য ঔষধি গুণ৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷ [১] শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে
Month: June 2023
ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু ৰহস্যই নতুন মোৰ লৈছে৷ উল্লেখ্য যে যোৱা ৪ মাৰ্চত বাৰাণসীৰ এখন হোটেলত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল আকাংক্ষাৰ মৃতদেহ৷ এই ঘটনাক কেন্দ্ৰ কৰি বিনোদন জগতত তীব্ৰ আলোড়নৰ সৃষ্টি হয়৷ ইপিনে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰেমিক সমৰ সিঙক আৰক্ষীয়ে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰে৷
ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ হ’ব লাগে৷ গাখীৰ – গাখীৰে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেতিয়াবা গাখীৰৰ পৰা এলাৰ্জি হয়৷ বিশেষকৈ তিনি বছৰৰ
ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মহিলাসকলে তেওঁলোকৰ ছালৰ প্ৰতি মনোযোগ দিব নোৱাৰে।তদুপৰি, ভুল খাদ্যাভ্যাসৰ বাবে মুখমণ্ডলৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে বহু সৰু-ডাঙৰ দাগ, ছাল কোঁচ খোৱা আদি বহু সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। মহিলাসকলে তেওঁলোকৰ এই সমস্যাসমূহৰ পৰা সকাহ পাবলৈ বহুতো সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে যদিও একো ফল লাভ নকৰে। যদি
খাদ্যভাসৰ সৈতে সুস্বাস্থ্যৰ আছে প্ৰত্যক্ষ সম্পৰ্ক৷ সেয়েহে খাদ্য তালিকাত সকলোধৰণৰ ফলমূল-শাকপাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷ এইধৰণৰ ফলমূল-শাকপাচলি খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ ⬛ গাজৰঃ নিয়মীয়াকৈ গাজৰ খালে ছালখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰাৰ উপৰি ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়৷ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়৷ ভিটামিন ‘এ’ ছালৰ বাবে অতি উপকাৰী৷