অগ্নিকাণ্ডৰ ফলত ৰিজ’ৰ্টখনৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ৰিজ’ৰ্টখনৰ গৰাকী দিলীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বুধবাৰে এই ৰিজ’ৰ্টখনৰ চৌহদত থকা স্থায়ী পেণ্ডেলত এক বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল। বিবাহ অনুষ্ঠান সামৰি নিশা ১১ বজাত তেওঁ গুৱাহাটীলৈ আহিছিল। এই পেণ্ডেলতেই আছিল বিভিন্ন সামগ্ৰী। পুৱা
Month: June 2023
আজি এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। দেশৰ তিনি ৰাজ্য ক্ৰমে- বংগ, গুজৰাট আৰু গোৱাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। এই ১০ আসনৰে বংগত সৰ্বাধিক ৬ খনআসন আছে। আনহাতে গুজৰাটত তিনিখন আসন আৰু গোৱাত এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। আয়োগে লগতে একেদিনাই ভোটগণনা কৰা হ’ব
কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, এই ত্ৰিমূৰ্তিৰ কথা। এফালে ব্রহ্মজীক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়। এই ত্ৰিত্বৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্ম জীক পৃথিৱীৰ ক’তো পূজা কৰা নহয়। কিয় জানেনে?
গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে। মঙলবাৰে নিশাই কামাখ্যাত উপস্থিত হয় অভিনেত্ৰীগৰাকী।
ভোজপুৰীৰ ছুপাৰষ্টাৰ তথা বিজেপি সাংসদ ৰবি কিষানৰ ২১ বছৰীয়া কন্যা ইশিতা শুক্লাই অতি শীঘ্ৰে ভাৰতীয় সেনাত যোগদান কৰিবলৈ ওলাইছে। এই খবৰ শুনি অভিনেতাগৰাকীৰ অনুৰাগীসকল আনন্দিত হৈ পৰে আৰু ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীক অভিনন্দন জনোৱা দেখা যায়। অগ্নিপথ আঁচনিৰ অধীনত ইশিতাই যোগদান কৰিব সেনাত দৰাচলতে চেলিব্ৰিটি ফটোগ্ৰাফাৰ ভেৰিন্দৰ চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত