ৰঙিয়া আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই বৃহৎ পৰিমাণৰ আফিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বহিঃৰাজ্যৰ পৰা অসমলৈ অহা এখন ট্ৰাকৰ পৰা উদ্ধাৰ হোৱা আফিং খিনিৰ ওজন ৫.১৬ কেজি । চহৰ আৰক্ষীৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাই যোৱা নিশা ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলংৰ সমিপত চলাই
Month: June 2023
ৰঙিয়াত সম্প্ৰতিৰ নিদৰ্শন । খোজ কাঢ়ি কেডাৰনাথলৈ যাত্ৰা কৰা যুৱকক মুছলমান ধৰ্মাৱলম্বী ৰাইজৰ উষ্ম আদৰণি । নগাঁৱৰ জে এন বি ৰোডৰ পাপ্পু পাটেল (৩১) য়ে সুদূৰ কেডাৰনাথলৈ খোজকাঢ়ি যি দুঃসাহসিক যাত্ৰা আৰম্ভ কৰাত উৎসাহিত হৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলে উষ্ম আদৰণি জনায় । লগতে চৰবত, ফল খাবলৈ দি উৎসাহ যোগায় ।
টীয়কৰ প্ৰতিবেদক ২৫ জুন /২৩ টীয়কৰ কলিয়াপানী স্থিত চুঙিবাৰী চাহ ফেক্টৰীত এজন যুৱকে আত্মহত্যা কৰাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে টীয়কৰ কাৱৈমাৰী চিনাতলি গাওঁৰ ৰঘুমনি কলিতা নামৰ যুৱকজনে যোৱা নিশা ফেক্টৰীৰ শৌচাগাৰত চিপ লগাই আত্মহত্যাৰ পথ বাচি লয়।ইফালে পৰিয়ালৰ লোকে যুৱকজনৰ আত্মহত্যাত সন্দেহ ব্যক্ত কৰিছে। নিশা প্ৰায় ৯
টীয়কৰ প্ৰতিবেদক ২৫ জুন /২৩ নিৰ্বাচনী আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰথমখন খচৰা প্ৰকাশ হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যতে বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দল সংগঠন ব্যক্তি বিশেষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।বহুতে এই সমষ্টি নৱ নিৰ্ধাৰণৰ প্ৰতিক্ৰিয়াক আদৰণি জনাইছে আৰু বহুতে আসোৱাহপূৰ্ণ বুলি অভিহিত কৰিছে।তেনে সময়তে টীয়কত আজি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
নাজিৰা মহকুমাৰ অন্তৰ্গত বিহুবৰ মেঠনচোৱা দীপজ্যোতি পুথিভঁৰালৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দীপজ্যোতি পুথিভঁৰালে ধাৰাবাহিকভাৱে বিগত দহ বছৰ ধৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই আহিছে । বিহুবৰ মেঠনচোৱা গাঁৱৰ ৰঙ্গমঞ্চত