Month: June 2023

গৰ্ভাৱস্থাত কফি খাব লাগে নে নালাগে! জানি লওক, নহ’লে শিশুটি বিপদ হোৱাৰ সম্ভাৱনা…

গৰ্ভাৱস্থাত কফি খাব লাগে নে নালাগে! জানি লওক, নহ’লে শিশুটি বিপদ হোৱাৰ সম্ভাৱনা…

গৰ্ভাৱস্থাত কফি খাব লাগে নে নালাগে? এক সমীক্ষাত দেখা গৈছে যে ‘কফি’য়ে আপোনাৰ শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। যদি আপুনি গৰ্ভৱতী আৰু কফি খোৱাৰ প্ৰতি আকৰ্ষিত, তেন্তে ইয়াৰ লগত জড়িত অসুবিধাৰ বিষয়ে জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়।গৰ্ভাৱস্থাত মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। কাৰণ তেওঁলোকৰ প্ৰতিটো কামেই নিশ্চিতভাৱে তেওঁলোকৰ

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুৰ উচ্ছতা বৃদ্ধিত এইবোৰ খাদ্যই সহায় কৰে

শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ  পিতৃ-মাতৃৰেই চিন্তা হয়৷ বিশেষকৈ মাতৃসকলৰ মনত এই চিন্তা থাকে– শিশুটিক কেনেদৰে হৃষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷

ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এইধৰণৰ খাদ্য খাওক

ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এইধৰণৰ খাদ্য খাওক

খাদ্যভাসৰ সৈতে সুস্বাস্থ্যৰ আছে প্ৰত্যক্ষ সম্পৰ্ক৷ সেয়েহে খাদ্য তালিকাত সকলোধৰণৰ ফলমূল-শাকপাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷  এইধৰণৰ ফলমূল-শাকপাচলি খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ ⬛ গাজৰঃ নিয়মীয়াকৈ গাজৰ খালে ছালখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰাৰ উপৰি ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়৷ গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ পোৱা যায়৷ ভিটামিন ‘এ’ ছালৰ বাবে অতি উপকাৰী৷

বৃক্ক ৰোগত আক্ৰান্ত হ’লে এইখিনি কৰক

বৃক্ক ৰোগত আক্ৰান্ত হ’লে এইখিনি কৰক

বৃক্কজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত ডায়েবেটিছ, উচ্ছ ৰক্তচাপ আদিৰ বাবে বহু লোক সহজেই বৃক্ক ৰোগত আক্ৰান্ত হয়৷ যাৰ ফলত বৃক্কই কাৰ্যক্ষমতা হেৰুৱাই পেলায়৷ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে গুৰুতৰ সংকটৰ সৃষ্টি হয়৷ আনকি বৃক্ক বিকল হোৱাৰ আশংকাই দেখা দিয়ে৷ ⬛ লক্ষণঃ বৃক্ক ৰোগত আক্ৰান্ত হ’লে কিছুমান লক্ষণে দেখা

হিম’গ্লবিনৰ সমস্যা থাকিলে এইবোৰ খাদ্যই উপকাৰ কৰে

হিম’গ্লবিনৰ সমস্যা থাকিলে এইবোৰ খাদ্যই উপকাৰ কৰে

তেজত বহুতৰে হিম’গ্লবিনৰ মাত্ৰা কম থাকে৷ বহুতেই এই সমস্যাক গুৰুত্ব নিদিয়ে৷ কিন্তু জানি থোৱা ভাল যে তেজত হিম’গ্লবিনৰ মাত্ৰা কমি থাকিলে বিকলাংগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ তেজৰ তিনিটা কণিকাৰ মাজত থকা লোহিত কণিকাত থকা বিশেষ আইৰণবিধক হিম’গ্লবিন বুলি কোৱা হয়৷ হিম’গ্লবিনৰ প্ৰধান কাম হৈছে ধমনীৰ পৰা দেহৰ সকলো অংশলৈ অক্সিজেনৰ