আমেৰিকান ক’ষ্ট গাৰ্ড আৰু টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা সংস্থা অ’চেনগেটে চাবমেৰিনখনৰ সকলো যাত্ৰীক মৃত ঘোষণা কৰিছে। আমেৰিকান ক’ষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন ম’গাৰে কয়, ‘টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবটে টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ সময়ত ছাবমেৰিনখন ভিতৰলৈ মহতিয়াই যোৱাৰ সন্দেহ। এতিয়া যাত্ৰীকেইজনক উদ্ধাৰ কৰিব পৰা যাব নে
Month: June 2023
ভাৰতক লৈ বিস্ফোৰক মন্তব্য আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ ‘ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জাতিৰ মানৱ অধিকাৰ সুৰক্ষিত নহ’লে ভৱিষ্যতে ভাৰত বিভাজিত হ’ব পাৰে।’ বৃহস্পতিবাৰে নিশা হোৱাইট হাউছত তেওঁৰ সন্মানত ৰাষ্ট্ৰীয় নৈশভোজৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই সংবাদ মাধ্যম ‘চিএনএন’ত ভাৰতক লৈ বিস্ফোৰক
-ধেমাজিৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া। -বনৰীয়া কাঠফুলা খাই অসুস্থ ১৭গৰাকীকৈ লোক। – পেটৰ বিষ, জ্বৰ, বমিত আক্ৰান্ত আটাইকেইগৰাকী। – ধেমাজি অসামৰিক চিকিৎসালয় ভৰ্তি আক্ৰান্তক। – বৰ্তমানো ৭গৰাকী লোক চিকিৎসাধীন। – ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।
Cloud seeding ৰ জড়িয়তে কৃত্ৰিম ভাবে বৰষুণ দিয়াবলৈ সক্ষম হয় কানপুৰ আই আই টি । কাণপুৰ আই আই টি য়ে সদৰি কৰা মতে যোৱা ২১ জুনত ক্লাউড ছিডিঙৰ বাবে এক পৰীক্ষামূলক ব্যৱস্থা হাতত লৈছিল। আই আই টি কানপুৰৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালাৰ নেতৃত্বত চলিছে প্ৰকল্পৰ কামকাজ।
– ৰথীন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে শিশু-সাহিত্য অকাডেমি বঁটা। – ‘পোৱালমণি চিচিঙৰ দুঃসাহসিক অভিযান’ উপন্যাসখনৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।