-ধেমাজিৰ চিমেন চাপৰিত খাদ্যত বিষক্ৰিয়া।

-বনৰীয়া কাঠফুলা খাই অসুস্থ ১৭গৰাকীকৈ লোক।

পেটৰ বিষ, জ্বৰ, বমিত আক্ৰান্ত আটাইকেইগৰাকী।

ধেমাজি অসামৰিক চিকিৎসালয় ভৰ্তি আক্ৰান্তক।

বৰ্তমানো ৭গৰাকী লোক চিকিৎসাধীন।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।