Month: June 2023

আৰক্ষীয়ে পাৰে, নাগৰিকে নোৱাৰে!

আৰক্ষীয়ে পাৰে, নাগৰিকে নোৱাৰে!

আৰক্ষীয়ে পাৰে, জনতাই নোৱাৰে। যেন ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে ধৰি বান্ধি কিলা। এখন ফ’টো৷ এজন আৰক্ষীৰ পোচাক পিন্ধা জোৱানে বৃহস্পতিবাৰে নিশা এখন মটৰ চাইকেলত দুজন আৰোহীক উঠাই ঘূৰি ফুৰা ছবি বন্দী হ’ল সাংবাদিকৰ কেমেৰাত। দুয়োজন আৰোহীৰ মূৰত নাছিল হেলমেট। জানিব পৰা মতে, উক্ত আৰক্ষীজন নগাঁও চহৰৰে এটা আৰক্ষী চকীত

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক

প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত বনকৰা শিশুক অকথ্য নিৰ্যাতন। হোজাইৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ পত্নীয়ে তেওঁৰ সন্মুখতে বনকৰা শিশুক চলাইছিল নিৰ্যাতন। চৌধুৰীৰ হোজাই গোপাল নগৰত থকা বাসগৃহত তেওঁৰ পত্নীয়ে চলাইছিল নিৰ্যাতন। সেই দৃশ্য সামাজিক তথা সংবাদ মাধ্যমত ভাইৰেল হৈছিল। নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি গৈছিল অগপৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ

গুৱাহাটী: নুনমাটিত মহিলাৰ আত্মহত্যা

গুৱাহাটী: নুনমাটিত মহিলাৰ আত্মহত্যা

 গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ অঞ্চলত শুকুৰবাৰে এগৰাকী মহিলাই ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহননৰ পথ বাছি লোৱা মহিলাগৰাকী সৰস্বতী দেৱী (৪৮) বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ পৰা জানিব পৰা মতে বিষ্ণু ৰাভা নগৰৰ বৰা উপাধিৰ এজন লোকৰ ঘৰত দীৰ্ঘদিন ধৰি পৰিয়ালসহ ভাড়াতীয় হিচাপে

“সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ”: আমছু

“সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰাত সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ”: আমছু

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰস্তুত কৰা খচৰাত এটা সংখ্যালঘু খিলঞ্জীয়া জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে ৷ এই খচৰাখনৰ জৰিয়তে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বৰ্তমান চৰকাৰখনে ৷ শুকুৰবাৰে গোলাঘাটত এক সংবাদমেলত এনেদৰে সৰব হৈ পৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ (খিলঞ্জীয়া) কেন্দ্ৰীয় সমমিতিৰ নেতৃত্ব । সংবাদমেলত সন্থাৰ মুখ্য সাংগাঠনিক সম্পাদক

শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

শিলসাঁকো বিলত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ…

মহানগৰীৰ শিলসাঁকো বিলত আজি এটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে, শিলসাঁকোৰ জলাশয়ৰ পৰা উদ্ধাৰ হোৱা কাছটো একাংশ লোকে খোৱাৰ উদ্দেশ্যে নিয়াৰ সময়তে প্ৰকৃতিপ্ৰেমী প্ৰতাপ মজুমদাৰক খবৰ দিয়ে স্থানীয় এচাম সচেতন যুৱকে। খবৰ পোৱা মাত্ৰে প্ৰকৃতিপ্ৰেমীগৰাকী উপস্থিত হৈ বন বিভাগৰ সহযোগত কাছটো উদ্ধাৰ কৰে। পিছত মহানগৰীৰ যোৰপুখুৰীত