Month: June 2023

ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে পূৰ্ণাংগ শৃংখলা খেলাৰ বাবে বি চি চি আয়ে (BCCI) য়ে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে

ৱেষ্ট ইণ্ডিৰ বিৰুদ্ধে পূৰ্ণাংগ শৃংখলা খেলাৰ বাবে বি চি চি আয়ে (BCCI) য়ে ভাৰতীয় ক্ৰিকেট দলটো ঘোষণা কৰিছে

অহা জুলাই মাহত টেষ্ট,এদিনীয়া আৰু টি-২০ আন্তৰ্জাতিক মেচ খেলাৰ উদ্দেশ্যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব ভাৰতীয় ক্ৰিকেট দলটো। ৱেষ্ট ইণ্ডিজ-ভাৰতৰ মাজত অনুষ্ঠিত হ’ব ২ টেষ্ট,৩খন এদিনীয়া আৰু ৫খন টি-২০ আন্তৰ্জাতিক মেচ। সেয়ে শুকুৰবাৰে ব’ৰ্ডে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ঘোষণা কৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচত দুৰ্বল প্ৰদৰ্শনৰ

সমষ্টিৰ পুনঃ নিৰ্দ্ধাৰণ সন্দৰ্ভত গোলাঘাটত প্ৰতিবাদ

সমষ্টিৰ পুনঃ নিৰ্দ্ধাৰণ সন্দৰ্ভত গোলাঘাটত প্ৰতিবাদ

সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিবাদ গোলাঘাট জিলাৰ দুই আত্মসহায়ক গোটৰ মহিলাৰ। গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰবন্ধা আৰু আঠগাঁও পঞ্চায়তক সমষ্টিৰ সীমা পুনঃ নিৰ্দ্ধাৰণৰ খচৰাত গোলাঘাটৰ পৰা নিলগাই আনি দেৰগাও বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাত শুকুৰবাৰে উক্ত পঞ্চায়ত দুখনৰ আত্মসহায়ক গোটৰ মহিলাসকল জাঙুৰ খাই উঠে। আত্মসহায়ক গোটৰ নেত্ৰীদ্বয় নমিতা হাজৰিকা আৰু

শিৱসাগৰৰ দিচাংমুখত নিৰ্মাণ সম্পুৰ্ণহোৱা কোটিটকীয়া দলঙত পুণৰ ফাঁট…

শিৱসাগৰৰ দিচাংমুখত নিৰ্মাণ সম্পুৰ্ণহোৱা কোটিটকীয়া দলঙত পুণৰ ফাঁট…

যোগাযোগৰ ক্ষেত্ৰত সদায়েই এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি অহা ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ একাংশ দুৰ্ণীতি পৰায়ণ ঠিকাদাৰে বিশ্বাসযোগ্য নিৰ্মাণৰ পৰিৱৰ্তে য’তে ত’তে মৰণ ফাণ্ড সদৃৰ্শ নিৰ্মাণহে চলাই আহিছে ৷বিশেষকৈ একাংশ অপৰিপক্ক ঠিকাদাৰ আৰু একাংশ বিষয়া অভিযন্ত্ৰাৰ অধিক হাৰৰ কমিচন সংগ্ৰহৰ কৰুণ পৰিণতিৰ কূফল ৰাইজে ভোগ কৰিব লগীয়া হৈছে ৷দিখৌ নদীৰ

ধেমাজি: দিনদুপৰতে চুৰিকাণ্ড, লুটি নিলে প্রায় লক্ষাধিক টকাৰ সা সামগ্রী..

ধেমাজি: দিনদুপৰতে চুৰিকাণ্ড, লুটি নিলে প্রায় লক্ষাধিক টকাৰ সা সামগ্রী..

ধেমাজিৰ আৰক্ষীক চেলেঞ্জ কৰি দিনদুপৰতে চোৰে ইঘৰৰ পিছত সিঘৰত চুৰি কাৰ্য সঘনাই সংঘটিত কৰাত নগৰবাসী ৰাইজক সংকিত কৰি তুলিছে ৷ নগৰৰ টঙনাপৰা তিনি নম্বৰ ৱাৰ্ডৰ চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই গৃহত দিনদুপৰতে চোৰে চাৰি লাখ টকা লুটি নিয়াৰ এসপ্তাহ নহওঁতেই পুনৰ শুকুৰবাৰে পাঁচ শ মিটাৰ নিলগৰ ধেমাজি কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক দিগন্ত হাজৰিকা

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

– পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক – চেন্নাইৰ পেৰামবোৰ ষ্টেচনৰ পৰা সন্ধানহীন মৰাণৰ হানুক হেমবৰম – চুলেমান হেমবৰম আৰু এস্তেৰ হেমবৰমৰ পুত্ৰ হানুক হেমবৰম – যুৱকজনৰ সন্ধান পালে 6002555639/ 6002795040 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ পৰিয়ালৰ লোকৰ