Month: June 2023

সদৌ অসম ট্ৰাইবেল সংঘৰ নগাওঁ জিলাৰ সংবাদমেল….

সদৌ অসম ট্ৰাইবেল সংঘৰ নগাওঁ জিলাৰ সংবাদমেল….

আদিবাসী ছাত্ৰ সন্থাই সদৌ অসম ট্ৰাইবেল সংঘক পাবত গজা সংগঠন বুলি তাচ্ছিল্য কৰিছিল । তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ নগাওঁ জিলা সভাপতি দেবেন বড়ো আৰু জিলা য়ুথ ট্ৰাইবেল সংঘৰ সভাপতি অমৃত খাখলাৰী য়ে তীব্ৰ গৰিহণা দিয়ে আদিবাসী ছাত্ৰ সন্থাক । আদিবাসী ছাত্ৰ নেতা সকলক আগলৈ তেনেকুৱা

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ মৰিগাওঁ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যলয়ত সংবাদমেল

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ মৰিগাওঁ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যলয়ত সংবাদমেল

  সমষ্টিৰ নিৰ্ধাৰণক লৈ সমগ্ৰ ৰাজ্যত বিভিন্ন জনৰ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়োৱাৰ মাজতে আজি মৰিগাওঁ জিলা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যালয়ত পৰিষদৰ সকলো বিষয়ববিয়াক লগত লৈ পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্র কোঁৱৰে সংবাদ মেল আগবঢ়োৱা লগতে মৰিগাঁও স্থিত তাইবেল সংঘৰ মূল কাৰ্যালয় তিৱা সকলো জাতি জনগোষ্ঠীৰ সন্থাৰ একত্ৰিত হৈ

লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক শীলা বৰঠাকুৰৰ মৃত্যু বাৰ্ষিকী উদযাপন,নৃত্য শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী বঁটা প্ৰদান

লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক শীলা বৰঠাকুৰৰ মৃত্যু বাৰ্ষিকী উদযাপন,নৃত্য শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২২জুন:–সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত অসমৰ মহিলাৰ বাবে গঢ়ি তোলা সাহিত্য,সংস্কৃতি আৰু সমন্বয়ৰ মুকলি মঞ্চৰ প্ৰতিস্থাপক পদ্মশ্ৰী ড৹ শীলা বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকীৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক নৃত্য শিল্পী ষড়ানন বৰঠাকুৰ সোঁৱৰণী সু-সংগঠকৰ বঁটা প্ৰদান অনুষ্ঠানটি বুধবাৰে অনুষ্ঠিত