🔷 ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনা। 🔷 মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অনুষ্ঠান আয়োজকে আৰম্ভ কৰিব লাগিব বন্তি প্ৰজ্বলন অনুষ্ঠান। 🔷 মুখ্যমন্ত্ৰীক গামোচা, ফুল আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰ নিৰ্দেশ। ঘোষক বা ঘোষিকাৰ বাহিৰে কোনেও আগবঢ়াব নোৱাৰিব শলাগৰ শৰাই। 🔷 য’ত মুখ্যমন্ত্ৰীয়ে নিশা বাহৰ পাতে, ইয়াৰ দ্বিতীয় দিনৰ অনুষ্ঠান বৃক্ষ
Month: June 2023
যান-বাহনৰ কৰ আদায়ৰ ডেডলাইন দিলে পৰিবহণ বিভাগে। ৩০জুনৰ ভিতৰত আদায় দিব লাগিব যান-বাহনৰ কৰ। ১জুলাইৰ পৰা পৰিবহণ বিভাগে চলাব অভিযান।
ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। পথ এৰি পথাৰত সোমাল তীব্ৰবেগী বাছ। আহত ১৫ গৰাকী যাত্ৰী।
হিন্দু পুৰাণ অনুযায়ী শাওণ মাহ বছৰৰ এক প্ৰৱিত্ৰ মাহ। বছৰৰ আন সময়ত শিৱ উপাসনা কৰিলে যি ফল লাভ হয়, তাতকৈ এই শাওণ মাহত শিৱ ব্ৰট পালন কৰিলে ১০৮ গুণ অধিক ফল লাভ হয়।( Religious Studies ) বিশেষ কৰি এই শাওণ মাহতম হাদেৱৰ ব্ৰট বা উপবাস পালন কৰি মহাদেৱক টুষ্ট কৰাৰ
বিগত দুমাহৰ ধৰি গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰৰ শেহতীয়া পৰিস্থিতি বুজ ল’বলৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মণিপুৰত উপস্থিত হয়। কিন্তু নেতাগৰাকীক আৰক্ষীয়ে আক্ৰমণৰ আশংকাত কনভয় বন্ধ কৰাৰ পিচত বিষ্ণুপুৰত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে। ৰাহুল গান্ধী । উল্লেখযোগ্য যে অঞ্চলটোৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিবলৈ চুৰাচান্দপুৰলৈ গৈ থকা গান্ধীৰ কনভয়ক ৰাজ্যৰ