Samsung Galaxy Z Fold 5 and Galaxy Z Flip 5 are expected to debut next month as the company’s next generation of foldable smartphones. While Samsung hasn’t officially revealed any details regarding these phones, a tipster recently leaked promotional materials for the phones online, along with images of the Galaxy
Month: June 2023
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ৰিপাব্লিক টিভিত সাংবাদিকৰ ৰূপত প্ৰত্যক্ষ কৰা গ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ কন্যা সুকন্যা। আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটযোগে জীয়াৰীৰ সাফল্যৰ বতৰা দিছিল। সুকন্যাই অতি এগৰাকী পেছাদাৰী সাংবাদিকৰ দৰে যমুনা নদীৰ প্ৰদূষণৰ ওপৰত এক প্ৰতিবেদন দাঙি ধৰিছিল। Proud of my little girl Arhi turned big .
মহানগৰীৰ ভঙাগড় NRC কাৰ্যালয় পথৰ কাষত ভৰলু নৈৰ গাৰ্ড ৱালত ফাট ৷ বিগত দুমাহ পূৰ্বে ৱালখন মেৰামেতি কৰিছিল গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগে ৷ গাৰ্ড ৱাল মেৰামতিৰ পিছতো ৱালখনত দেখা গৈছে বৃহৎ ফাট ৷ যিকোনো মুহূৰ্তত অঞ্চলটোত হ’ব পাৰে অঘটন৷ বাতৰি পৰিৱেশনৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
বিগত কেইবাদিনো ধৰি অসমৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ (Weather Report Assam)। মূষলধাৰ বৰষুণৰ ফলত স্বাভাৱিক জনজীৱন বিপৰ্যস্ত হৈ পৰিছে কেতবোৰ স্থানত। নেৰানেপেৰা বৰষুণৰ ফলত নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো জিলা বানৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল, হাজাৰ হাজাৰ লোক। গুৱাহাটী মহানগৰীতো বিগত কেইবাদিনো ধৰি অব্যাহত আছে বৰষুণ।
প্ৰতিকূল বতৰৰ বাবে পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত দেশৰ অন্যান্য প্ৰান্তলৈ বিমান সেৱাৰ পৰাও বিচ্ছিন্ন হ’ল বৰাক উপত্যকা। Indigo ৰ তিনিখন বিমানৰ উৰণ আজি বাতিল কৰা হয় । প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহিঃৰাজ্যৰ সৈতে বৰাকৰ পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত এইবাৰ বিমান পথতো বিঘিনি ঘটিল । ইণ্ডিগ’ৱে শিলচৰ বিমানবন্দৰৰ পৰা শনিবাৰে