নিউজ ব্যুৰ’,নগাঁও,১৫জুন:– আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন ন তথ্য চৰ্চালৈ অহাৰ সময়তে নগাঁও জিলাৰ কলিয়াবৰত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হ’ল চি বি আইৰ এটা আঠজনীয়া দল । চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত তদন্তকাৰী দলটো গুৱাহাটীৰ পৰা বিয়লি জখলাবন্ধাত উপস্থিত হয়হি । তদন্তকাৰী দলটো
Month: June 2023
-কলিয়াবৰৰ ওচৰত ভয়াবহ পথ দুৰ্ঘটনা। -গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা ‘ৰত্নগিৰি’ বাছখনৰ এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। -জানিব পৰা মতে ট্ৰাকখনৰ এজন আৰু বাছখনৰ কেইজনমান মানুহ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে। -আজি পুৱতি নিশা এই এক্সিডেন্ট অতি ভয়াবহ আছিল।
ৰাতি শোৱাৰ পূৰ্বে কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে৷ কেইটামান নিয়ম মানি চলিলে টোপনি ভাল হোৱাৰ উপৰি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে৷ ৰাতি শোৱাৰ আগমুহূৰ্তত পানী সেৱন কৰিব নালাগে৷ ৰাতিৰ আহাৰ গ্ৰহণৰ আধাঘণ্টামানৰ পাছত পানী খাব লাগে৷ সেইদৰে পানী খোৱাৰ এঘণ্টামানৰ পাছতহে শোৱাৰ অভ্যাস কৰিব লাগে৷ শুবলৈ যোৱাৰ আগমুহূৰ্তত পানী
কৰ্মজীৱীসকলে দৈনিক চকীত বহি কাম কৰে, তেওঁলোকৰ বেছিভাগেই পিঠি বা ককাঁলৰ অসুখত ভোগে৷ দিনৰ বেছিভাগ সময় চকীত বহি কাম কৰিলে সাধাৰণতে এনে সমস্যা হয়৷ পিঠি বা ককাঁল বিষালে পেশী টানি ধৰে, হাত-ভৰিত যন্ত্ৰণা অনুভৱ হয়৷ এই যন্ত্ৰণা অতি অস্বস্তিদায়ক৷ আজি-কালি যিকোনো বয়সৰ লোককেই এনে সমস্যাত ভোগা দেখা যায়৷ পিঠি বা
বিভিন্ন কাৰণত ডিঙিৰ বিষত ভুগিব লগা হয়৷ কণ্ঠস্বৰৰ প্ৰয়োগ বেছিকৈ হয় বাবে সাধাৰণতে ঠাণ্ডা বতাহৰ প্ৰভাৱ ডিঙিত বেছিকৈ পৰে৷ এই ঠাণ্ডা লগাৰ বাবে কাহ-চৰ্দিৰ লগতে ডিঙিৰ বিষত প্ৰায়েই ভুগিব লগা হয়৷ ধূলি-বালিৰ বাবেও বহু সময়ত ডিঙিৰ বিষ হ’ব পাৰে৷ যাৰ ফলত কেতিয়াবা মাত ভগাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ শুকান