Month: June 2023

হাঁহিয়েই হৈছে প্ৰতিটো ৰোগৰ ঔষধ

হাঁহিয়েই হৈছে প্ৰতিটো ৰোগৰ ঔষধ

হাঁহি আমাৰ মানসিক তথা শাৰিৰীক স্বাস্থ্যৰ বাবে অতি উপকাৰী।কিন্তু ব্যস্ত সময়সূচী, মানসিক চাপ আদিৰ বাবে আজিকালি মানুহে হাঁহিবলৈ পাহৰি গৈছে। হাঁহি কেৱল মানুহক একত্ৰিত কৰাৰ উৎকৃষ্ট উপায়েই নহয়, ই মানসিক স্বাস্থ্যৰ বাবেও অত্যন্ত লাভজনক।হাঁহিৰ উপকাৰিতাসমূহৰ বিষয়ে আজি জানো আহক- বিষৰ পৰা সকাহ দিয়ে হাঁহিলে এণ্ডোৰ্ফিন নামৰ এবিধ হৰমন মুকলি হয়,

টালি টোপোলা মাৰি চলিছে শক্তি বিভাগঃ বাহঁৰ খুটাৰে বিদ্যুৎ সেৱা

টালি টোপোলা মাৰি চলিছে শক্তি বিভাগঃ বাহঁৰ খুটাৰে বিদ্যুৎ সেৱা

মূল্যবৃদ্ধি ৰোধৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত নিত্য প্রয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে। সমান্তৰালকৈ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বৰ্ধিত বিদ্যুত মাচুল। যেন নিয়ন্ত্রণহীন হৈ পৰিছে বিদ্যুত মাচুল। শক্তি বিভাগ আছে কিন্তু ৰাইজৰ দুখ-দুৰ্দশা শুনিবলৈ আহৰি নাই। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাও এই ক্ষেত্ৰত নিমাত। চকুমুদা কুলিৰ ভাৱত

জালুকবাৰীৰ কাঠিয়াদলঙত বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

জালুকবাৰীৰ কাঠিয়াদলঙত বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ

-মহানগৰীৰ জালুকবাৰীৰ কাঠিয়াদলঙত চাঞ্চল্যকৰ ঘটনা। -বাথৰুমৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ। -ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। -কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। -ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক। -ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। – ১৪ জুন তাৰিখে জালুকবাৰীত বাথৰুমত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। -আৰক্ষীৰ

গুৱাহাটীত চলিব চি এন জি অটোৰিক্সা

গুৱাহাটীত চলিব চি এন জি অটোৰিক্সা

অভাৱনীয় হাৰত পেট্ৰ’ল-ডিজেলৰ বৰ্দ্ধিত মূল্যই সাধাৰণ জনতাক মাধমাৰ দিয়াৰ সমান্তৰালকৈ পৰোক্ষভাবে প্ৰভাৱ বিস্তাৰ কৰিছে দেশৰ অৰ্থনীতিত । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে যন্ত্ৰণা ভূগিছে সাধাৰণ জনতাই । দেশৰ লগতে অসমতো ৰাইজে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে বহু লোকে বৰ্তমান ব্যৱহাৰ কৰে বেটাৰীৰ দ্বাৰা চালিত বাহন ।

ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব-জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ

ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব-জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্যৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল লাহোৱালৰ ভাস্বতী গগৈয়ে । সৰ্বভাৰতীয় পৰ্যায়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৰেৰ্কড গঢ়িবলৈ সক্ষম হ’ল । ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাবজুনিয়ৰ আৰু জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত স্কোয়াটত ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে সোণৰ পদক লাভ কৰিলে ভাস্বতী গগৈয়ে । নিজে খ্যাতি অৰ্জন কৰাৰ লগতে অঞ্চলটোলৈও গৌৰৱ