কল সকলোৰে পৰিচিত সুস্বাদু ফল৷ পুষ্টিগুণেৰে ভৰা কল খাবলৈ বেয়া পোৱা লোক হয়তো নোলাব৷ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু পটাছিয়ামৰ দৰে উপকাৰী উপাদান থকাৰ লগতে ভিটামিন ‘চি’ৰ দৰে এণ্টি অক্সিডেণ্ট থাকে৷ এই উপাদান স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু জানি আচৰিত হ’ব যে কলৰ বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷ ছাল, চুলি
Month: June 2023
বিপিএফৰ শাসনকালত বিটিচি এলেকাত উন্নয়নমূলক কাম- কাজকলৈ কাৰ্য্যবাহী সদস্যসকল আৰু পাৰিষদসকলৰ মাজত হৈছিল এক প্ৰতিযোগিতা। ৰাইজৰ হকে কোনে বেছি কাম কৰিব পাৰে। অভিযোগ অনুসৰি এতিয়া ইউপিপিএল চৰকাৰৰ শাসনকালত বিটিচিত কাৰ্য্যবাহী সদস্য লগতে আৰু পাৰিষদসকলৰ মাজত কোনে কিমান পইছা খাব পাৰে তাৰ প্ৰতিযোগিতা হে চলি আছে। এতিয়া সেই আমাৰ সময়ৰ দৰে
কাজিৰঙা মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰি “কাজিৰঙা নৃত্য ৰত্ন” বঁটা লাভ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ। তিনিচুকীয়াৰ গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰিছিল কাজিৰঙা নৃত্য মহোৎসৱ। নগাঁও জিলাৰ বঢ়মপুৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই নৃত্য পৰিৱেশন কৰি এই সন্মান বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ দুই চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ এইবাৰ দুগৰাকী বন কৰা শিশুক দলবদ্ধ ধৰ্ষণৰ ঘটনা এটা পোহৰলৈ
নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–নগাঁও জিলা সত্ৰ ন্যায়ধীশ আদালতে বুধবাৰে এক ৰায়যোগে হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। হত্যাৰ গোচৰত অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড বিহা মহিলাগৰাকী হৈছে গীতা চেত্ৰী গুৰুং । গোচৰটোৰ চৰকাৰী অধিবক্তা বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ২০১৭চনৰ ৯আগষ্টত নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰবিল