Month: June 2023

আমেৰিকাত বিজ্ঞানীৰূপে নিযুক্ত ডিগবৈৰ অনিৰ্বাণ চক্ৰৱৰ্তী ।

আমেৰিকাত বিজ্ঞানীৰূপে নিযুক্ত ডিগবৈৰ অনিৰ্বাণ চক্ৰৱৰ্তী ।

ঐতিহাসিক ডিগবৈৰ মেধাৱী ছাত্ৰ অনিৰ্বাণ চক্ৰৱৰ্তীয়ে আমেৰিকাৰ বিশ্ববিখ্যাত কাৰিকৰী বিশ্ববিদ্যালয়- Texas A & M ত এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাৰ বাতৰিয়ে সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ ২৯ মে’ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছতে একেখন বিশ্ববিদ্যালয়তে এগৰাকী বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰে

মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

মৰঙীত বন্যহস্তীৰ আক্ৰমণত এটি শিশু নিহত…

গোলাঘাট জিলাৰ মৰঙী শ্যামৰায়পুৰৰ বৰচালিত বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত এটা পৰিয়ালৰ ৰোহিত কুমাৰ নামৰ এজন ৮ বছৰীয়া শিশু নিহত হোৱাৰ লগতে শিশুটিৰ মাতৃ গীতা কুমাৰ আৰু পিতৃ সঞ্জীৱ কুমাৰো গুৰুত্বৰভাৱে আহত হয় । হাতীৰ জাকে নিশা পৰিয়ালটো শুই থকা অৱস্থাত অতৰ্কিতে বাসগৃহটো সম্পূৰ্ণ ৰূপে ঘেৰাও কৰি ভাঙি আক্ৰমণ কৰে।সমগ্ৰ বৰচালি

চুইমিং পুলত গা ধুলে সঁচাকৈয়ে ক’লা হৈ পৰেনে? এই কথা মনত ৰাখিব

চুইমিং পুলত গা ধুলে সঁচাকৈয়ে ক’লা হৈ পৰেনে? এই কথা মনত ৰাখিব

গ্ৰীষ্মকালত সাঁতোৰটো এক মজাৰ কথা। তীব্ৰ গৰমত আমি যেতিয়া ঠাণ্ডা পানীত সাঁতুৰিবলৈ যাওঁ তেতিয়া গোটেই শৰীৰটো সতেজ হৈ পৰে আৰু ইয়াকো শ্ৰেষ্ঠ ব্যায়াম বুলি গণ্য কৰা হয়। কিন্তু দেখা যায় যে সাঁতুৰিলে আমাৰ ক’লা হ’ব বুলি ভাবি মানুহে সাঁতুৰিবলৈ লাজ কৰে। এই বিষয়ত কিমান সত্য জানো আহক। সাঁতোৰিলে ক’লা হৈ

মহানগৰীত খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি; এইবাৰ স্থান জু-ৰোড

মহানগৰীত খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি; এইবাৰ স্থান জু-ৰোড

আকৌ মহানগৰীত জলবিস্ফোৰণ । পানীৰ পাইপ ফুটি বহুমিটাৰ ওপৰলৈ উঠিল পানী । পাইপৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ । কমাৰ্চ কলেজৰ সন্মুখত এই ঘটনা । সকলো ফালে কেৱল পানী আৰু পানী। খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ জু ৰোড। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল জুৰোডৰ বিস্তৃত অঞ্চল। কমাৰ্চ আৰু ৰাজগড় ৰোডৰ