নিউজ ব্যুৰ’,নগাঁও,১১জুন:–নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী “ক্ৰান্তিকাল প্ৰকাশন” গোষ্ঠীৰ ৰূপালী জয়ন্তী আৰু অজন্তা প্ৰেছৰ স্বৰ্ণজয়ন্তী উপলক্ষে ৰবিবাৰে প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰি উলিওৱা ৫খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী ভৱনত আয়োজিত অনুষ্ঠানত লেখক অশোক কুমাৰ শৰ্মা শাস্ত্ৰীৰ “বেদতত্ব”গ্ৰন্থখন যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে,অনিতা লস্কৰৰ “প্ৰৱন্ধজ্যোতি” আৰু
Month: June 2023
নিউজ ব্যুৰ’,নগাঁও,১০জুন:–কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পেটবঢ়াৰ ধেমাজীৰ দুজন যুৱক যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাৰ বাতৰিয়ে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দেশ হৈ থকা যুৱক দুজন হৈছে নাৰায়ণ শইকীয়া আৰু প্ৰাঞ্জল বৰদলৈ । প্ৰাপ্ত বাতৰি মতে ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ধেমাজিৰ যুৱকদ্বয়ে মৰিগাঁৱৰ লাউভোঙাৰ গোপাল
নিউজ ব্যুৰ’,নগাঁও,১০জুন:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীৰ “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” অনুষ্ঠিত হয় । অনুষ্ঠানত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হেমন্ত হাজৰিকা আৰু চুমন চৌহান তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত
নিউজ ব্যুৰ’,নগাঁও,১১জুন:–মধ্য অসমৰ প্ৰায় ৩৫০ বছৰীয়া পুৰাতন ভক্তপ্ৰাণ ৰাইজৰ ভক্তিৰ স্থলীৰূপে পৰিচিত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ উনত্ৰিংশত্তম বাৰ্ষিক সেৱা “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটি চলিত বৰ্ষতো উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে থানখনিৰ স্থায়ী কাৰ্যালয় ভৱনত শনিবাৰে এখনি সভা অনুষ্ঠিত হয় । সভাত
On June 11, 2023, two men from Assam, Anupam Deka and Dr. Santanu Dutta, successfully completed the Comrades Marathon, also known as The Ultimate Human Race, in South Africa. They ran from Pietermaritzburg to Durban, covering a distance of almost 90 kilometers. They are the only two people from Assam