কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে প্ৰথমে নিলামবজাৰত অভিযান চলায় ড্ৰাগছসহ মইনুল নামৰ সৰবৰাহকাৰীটোক আটক কৰে। মইনুলক সোধ-পোছ কৰি পুনৰ কৰিমগঞ্জৰ কানিশ্বাইল এলেকাৰ হান্নানৰ ঘৰত অভিযান চলায়৷ হান্নানৰ ঘৰৰ পৰা তিনিটাকৈ চাবনৰ বাগচত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে৷ ইয়াৰ লগতে, ১লাখ ১২ হাজাৰ ৯০০টকাসহ ৫টাকৈ ম’বাইল ফোনো উদ্ধাৰ কৰা হয়৷
কৰিমগঞ্জ আৰক্ষীৰ অভিযানত হেৰ’ইনসহ ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক৷
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author