চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ডৰ অভিযোগনামা দাখিল

1 min read

🔴 তদন্তকাৰী পল্টনবজাৰ আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট

🔴 ৫ মে’ত ডাঃ ৱালিউলক, ৬ মে’ত ডাঃ সংগীতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

🔴গ্ৰেপ্তাৰৰ ৫৮ দিনৰ মূৰত অভিযোগনামা দাখিল আৰক্ষীৰ

🔴 গুৱাহাটীস্থ POCSO বিশেষ আদালতত দাখিল অভিযোগনামা

You May Also Like

More From Author