বছৰি ৪ লাখ টকাৰ তলত উপাৰ্জন কৰা লোকে NFSAৰ অধীনত পাব বিনামূলীয়া চাউল

1 min read

🔵 সংবাদমেলযোগে জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

🔵 কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছতেই সংবাদমেল সম্বোধন কৰি জনালে এই কথা।

🔵 এই আঁচনিত সংযোজিত হ’ব ৪০ লাখ নতুন মানুহ।

🔵 চাউলৰ লগতে বিনামূলীয়া চিকিৎসাও পাব এই আঁচনিৰ অধীনত।

You May Also Like

More From Author